• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত বনকৰ্মী আৰু চোৰাংচিকাৰীৰ মাজৰ সংঘৰ্ষত এজন চোৰাংচিকাৰী নিহত

NE NOW NEWS উত্তম শইকীয়া
বোকাকাত , June 12, 2018 10:15 am

1 min read

কাজিৰঙাত বনকৰ্মী আৰু চোৰাংচিকাৰীৰ মাজৰ সংঘৰ্ষত এজন চোৰাংচিকাৰী নিহত
59
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত সোমবাৰে নিশা বনকৰ্মী আৰু চোৰাংচিকাৰীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীত এজন চোৰাংচিকাৰীৰ মৃত্যু হয়। কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ নলামুখ আৰু চিগা বনশিবিৰৰ মাজৰ অঞ্চলত এই গুলীয়াগুলীৰ ঘটনা  সংঘৰ্টিত হৈছে ৷

বন বিভাগৰ কৰ্মীয়ে যোৱা নিশা বাগৰি বনাঞ্চলৰ কাৱৈমাৰি বনশিবিৰ এলেকাত গুলীৰ শব্দ শুনা বুলি জানিবলৈ দিয়ে। আৰু এই ঘটনাৰ সত্য সত্যতা প্ৰমাণ কৰাৰ বাবেই বন কৰ্মীৰ এটা দলে চোৰাংচিকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰে৷

চোৰাংচিকাৰীৰ সন্ধানত নামি পৰা বন বিভাগৰ দলটোৰ সৈতে অৱশেষত নলামুখ এলেকাত চোৰাং চিকাৰীৰ সংঘৰ্ষ হয়৷ কিছুসময় পাছত সংঘৰ্ষ শেষ হোৱাত ঘটনাস্থলীত অনুসন্ধান চলাওতে অভিযানকাৰী দলে এটা চোৰাংচিকাৰীৰ মৃতদেহৰ লগতে এটা গঁড়ৰ খৰ্গ , বন্দুক, গুলী বাৰুদ আৰু দুটা বেগ উদ্ধাৰ কৰে।

IMG-20180612-WA0006

মৃত চিকাৰীজন নগা জনগোষ্ঠীয় লোক বুলি সন্দেহ প্ৰকাশ কৰিছে কৰ্তৃপক্ষই ৷ আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰা বাকী চাৰিজন চোৰাং চিকাৰীৰ সন্ধানত সম্প্ৰতি বন কৰ্মীয়ে কাজিৰঙাত ব্যাপক  অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে ঘটনাস্থলীৰ পৰা এটা তেজেৰে লিপ্ত খৰ্গ উদ্ধাৰ হয় যদিও খৰ্গ বিহীন গঁড়টোৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই৷ পলায় যোৱা চোৰাংচিকাৰী কেইজনৰ সন্ধানত অভিযান চলাই থকাৰ বাবেই মৃত গঁড়টো উদ্ধাৰ কৰাত কিছু পলম হোৱা বুলি জনাইছে বন বিষয়াই৷

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd