DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ উত্তৰ সংমণ্ডলত চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা সা-সামগ্ৰী উদ্ধাৰ

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
February 18, 2018 7:41 am
Kaziranga
84
VIEWS
Share on FacebookShare on Twitter
অলপতে চোৰাংচিকাৰীয়ে এটা গঁড় হত্যা কৰি খড়্গ লৈ যোৱা কাজিৰঙাৰ উত্তৰ সংমণ্ডলৰ পৰা বন বিভাগে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা ভালেমান সামগ্ৰী উদ্ধাৰ কৰিছে। বন বিভাগে চলোৱা এটা যুটীয়া অভিযানত এই সামগ্ৰীবোৰ ধৰা পৰে।
জানিব পৰামতে ১৭ ফেব্ৰুৱাৰিত বন বিভাগে চোৰাং চিকাৰীৰ সন্ধানত ঘূৰি ফুৰোতে এখন প্লাষ্টিকৰ নাও আৰু এটা পাম্পৰ সৈতে আন কিছুমান চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰিব পৰা সামগ্ৰী উদ্ধাৰ কৰে।
সূত্ৰটোৱে জনোৱা মতে কাজিৰঙাৰ উত্তৰ সংমণ্ডলৰ সংমণ্ডল বিষয়া প্ৰাঞ্জল বৰুৱা আৰু বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক আৰু আৰক্ষী উপ-অধীক্ষকৰ নেতৃত্বত এই অভিযান চলিছিল।
তেওঁলোকে যোৱা ১৬ ফেব্ৰুৱাৰিত গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী নুৰ হক আৰু সুৰ হকৰ স্বীকাৰোক্তিৰ ভিত্তিত এই অভিযান চলাইছিল। বন বিষয়া বৰুৱাই জনোৱা মতে এই সকলো সামগ্ৰী মাটিৰ তলত পুতি থোৱা আছিল।
চোৰাং চিকাৰীকেইজনে স্বীকাৰ কৰামতে তেওঁলোকে এইবোৰ ব্ৰহ্মপুত্ৰ পাৰ হৈ কাজিৰঙাত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰিছিল।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd