• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ জীপ চাফাৰী সন্থাৰ সদস্যৰ মাজত আৰণ্যকৰ টুপী বিতৰণ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 1, 2018 2:24 pm
চাফাৰী সন্থাৰ সদস্যৰ মাজত আৰণ্যকৰ টুপী বিতৰণ
95
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কাজিৰঙা জীপ চাফাৰীৰ সমূহ সদস্যক ৰাজ্যৰ আগশাৰীৰ সংগঠন আৰণ্যকে একোটাকৈ টুপী বিতৰণ কৰে ৷

আজি পুৱা কাজিৰঙাৰ কহঁৰাত থকা জীপ চাফাৰী সন্থাৰ কাৰ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ তালুকদাৰে আনুষ্ঠানিকভাৱে কহঁৰাৰ সদস্য সকলক টুপী প্ৰদান কৰে ৷

জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, বোকাখাতৰ উত্তম শইকীয়া আৰু অাৰণ্যকৰ সমন্বয়ক আৰিফ হুছেইন, ৰিঙ্কু বেজবৰুৱা আৰু জীপ চাফাৰী সন্থাৰ সমূহ সদস্য উপস্থিত থাকে৷

বনাঞ্চলিক বিষয়া প্ৰাঙ্কজ বৰাৰ উপস্থিতিত আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে বাগৰি ৰেঞ্জৰ জীপ চাফাৰী সন্থাৰ সমূহ সদস্যৰ মাজতো টুপী বিতৰণ কৰে ৷

উল্লেখ্য যে আৰণ্যকে কাজিৰঙাৰ চাৰিওটা ৰেঞ্জৰে জীপ চাফাৰী সন্থাৰ সমূহ সদস্যৰ মাজতে আজি টুপী বিতৰণ কৰে ৷

Recent News

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd