• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৫ৰ পৰা ২৮ মাৰ্চলৈকে হ’ব গঁড় গণনা : সোমবাৰে জাননী জাৰি উদ্যান সঞ্চালকৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 5, 2018 7:51 pm
কাজিৰঙা

কাজিৰঙা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৫ৰ পৰা ২৮ মাৰ্চলৈকে হ’ব গঁড় গণনা (Rhino Population Estimation 2018)। উদ্যানখনৰ সঞ্চালক আকাশ দীপ বৰুৱাই এই সন্দৰ্ভত আজি সোমবাৰে বিভাগীয় জাননী জাৰি কৰিছে।

গঁড় গণনা কাৰ্য্যসূচীৰ বাবে ‘২৬ মাৰ্চত কাজিৰঙা সংমণ্ডল, কহঁৰা; পশ্চিম সংমণ্ডল, বাগৰী আৰু বুঢ়াপাহাৰ সংমণ্ডল, ঘোৰাকাতিত আৰু ২৭ মাৰ্চত পূব সংমণ্ডল, অগৰাতলীত জীপ ছ্ফৰ’ আৰু ‘২৬ৰ পৰা ২৮ মাৰ্চলৈকে উদ্যানখনৰ সকলো এলেকাতে পৰ্য্যটকৰ হাতী ছফৰ’ বন্ধ থাকিব বুলি জাননীখনত কোৱা হৈছে।

Apply Now
kajiranga national park director's Notice
উদ্যান সঞ্চালকৰ জাননী

বিভাগীয় সূত্ৰই জনোৱা মতে গঁড় গণনাকাৰীসকলৰ বাবে ২৫ মাৰ্চত কাজিৰঙাৰ কহঁৰাত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব৷

২৬ মাৰ্চত কাজিৰঙাৰ মাজেদি যোৱা ডিফলু নদীৰ দক্ষিণ পাৰৰ মুঠ ৪৪ টা কম্পাৰ্টমেন্টত আৰু ২৭ মাৰ্চত উত্তৰ পাৰৰ মুঠ ৩৬ টা কম্পাৰ্টমেন্টত হাতী লৈ এই গণনা কাৰ্য চলোৱা হ’ব৷

মূল গণনা হৈ যোৱাৰ পিছত ২৮ মাৰ্চত নিৰ্বাচিত কেইটামান কম্পাৰ্টমেন্টত এক বিশেষ নমুনা জৰীপ কৰা হ’ব৷ সংগৃহীত তথ্যসমূহ বিশ্লেষণ কৰি ২৮ মাৰ্চৰ পিছত কাজিৰঙাৰ গঁড় গণনা, ২০১৮ত পোৱা গঁড়ৰ সংখ্যা চূড়ান্ত কৰা হ’ব৷

গঁড় গণনা, ২০১৮ত বনবিভাগৰ বিভিন্ন বিষয়াৰ লগতে বিভিন্ন বেচৰকাৰী সংগঠন আৰু সাংবাদিকেও অংশগ্ৰহণ কৰিব৷

কাজিৰঙাত পূৰ্বে ২০১৩ চনৰ গণনাত ২,৩২৯ টা আৰু ২০১৫ চনৰ গণনাত ২,৪০১ টা গঁড় পোৱা গৈছিল৷

উল্লেখযোগ্য যে কাজিৰঙাত প্ৰণালীবদ্ধভাৱে গঁড় গণনাৰ কাম ১৯৬৫ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল আৰু সেই গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৩৬৬ টা গঁড় পোৱা গৈছিল৷

পূৰ্বতে কাজিৰঙাত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হৈছিল যদিও সম্প্ৰতি দুবছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd