• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কালিখ’ পুলৰ মৃত্যুৰ তদন্ত দাবী কৰিলে আন্না হাজাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 10:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিশিষ্ট সামাজিক কৰ্মী আন্না হাজাৰেই প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখ’ পুলৰ মৃত্যুৰ বিষয়টোক অৱজ্ঞা কৰাৰ বাবে অৰুণাচল চৰকাৰক সমালোচনা কৰিছে।

শনিবাৰে ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত সমৰ্থক আৰু দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিয়া সমভাৱাপন্ন লোকৰ এখন সভাত ভাষণ দি ৮০ বছৰীয়া সামাজিক কৰ্মীগৰাকীয়ে কয় যে পুলৰ মৃত্যু এক ‘’হত্যা’’ আৰু চৰকাৰে তেওঁৰ মৃত্যুৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ বাবে সঠিক তদন্ত কৰা উচিত।

Apply Now

হাজাৰে লগতে কয় যে তেওঁ পুলৰ মৃত্যুৰ বিষয়টো ন্যায় নোপোৱালৈকে তেওঁৰ ভৱিষ্যত সভাবোৰত তথা প্ৰতিবাদী কাৰ্যসূচীসমূহত দাঙি ধৰিব। তেওঁ কয় যে ২৩ মাৰ্চৰ পৰা দিল্লীৰ ৰামলীলা মইদানত আৰম্ভ হ’বলগীয়া দুৰ্নীতিৰ বিৰুদ্ধে গণ আন্দোলনৰ কাৰ্যসূচীত বিষয়টো সন্নিৱিষ্ট কৰা হ’ব।

ভাষণ প্ৰসংগত হাজাৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰক দিয়া মিছা প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰে।

লোকপাল বিধেয়কখন ৰূপায়ন প্ৰসংগত গান্ধীবাদী নেতাগৰাকীয়ে কয় যে মোডী যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া ৰাজ্যপালগৰাকীয়ে তেওঁক লোকপাল বিধেয়কখন গৃহিত কৰাৰ কাৰণে হেচা দিছিল যদিও মোডীয়ে ইয়াৰ ৰূপায়নৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয়ত যুঁজ দিছিল।

‘’আমি মোডীৰ পৰা বহু আশা কৰিছিলো, কিন্তু তেওঁ তেওঁৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে,’’-হাজাৰে এইদৰে কয়।

হাজাৰে ৰাজ্যখনৰ যুৱ প্ৰজন্মক সকলো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি যাবলৈ আৰু লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখ’ পুলৰ বাবে ন্যায় দাবী কৰিবলৈ আহ্বান জনায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm
দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd