• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাৰ্বি আংলঙৰ ডকমকাৰ পৰা উদ্ধাৰ হিমালয়ান ভালুকৰ পোৱালী

NE NOW NEWS উত্তম শইকীয়া
কাজিৰঙা , January 23, 2018 9:52 am

1 min read

উদ্ধাৰ হোৱা ভালুকৰ পোৱালী দুটা

উদ্ধাৰ হোৱা ভালুকৰ পোৱালী দুটা

94
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ ডকমকা বনাঞ্চলৰ মানুহ এঘৰৰ পৰা জিলাখনৰ বনকৰ্মীয়ে আজি এহাল বিৰল প্ৰজাতিৰ হিমালয়ান ভালুকৰ পোৱালী উদ্ধাৰ কৰে ৷

উল্লেখযোগ্য যে ডকমকা বনাঞ্চলৰ ভিতৰৰ পৰা ভালুকৰ পোৱালী দুটাক এজন মানুহে আনি বিগত এসপ্তাহ ধৰি নিজৰ ঘৰতেই প্ৰতিপালন কৰি আছিল ৷ এই সম্পৰ্কে কাৰ্বি আংলং জিলাৰ বনকৰ্মীয়ে খবৰ পাই আজি কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ সহায়ত মানুহ ঘৰৰ পৰা পোৱালী হালক উদ্ধাৰ কৰি আনে ৷

কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলিৰ মতে পোৱালী কেইটাৰ বয়স প্ৰায় ১২/ ১৫ দিনৰ হব ৷

তেওঁ লগতে জনায় যে হিমালয়ান ভালুক পোৱালী কেইটা সম্পূৰ্ণ সুস্থ অৱস্থাতে পোৱা গৈছে ৷

অৱশ্যে সম্প্ৰতি হিমালয়ান ভালুক পোৱালী হালৰ খাদ্যৰ প্ৰতিহে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন হব বুলি জনায় ডা৹ চামচুলে ৷ কিয়নো বিগত এটা সপ্তাহ ধৰি ভালুকৰ পোৱালী হালক মানুহৰ খাদ্যই দি অহা হৈছিল ৷

সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত পৰ্যবেক্ষণত ৰখা হৈছে অতি বিৰল প্ৰজাতিৰ হিমালয়ান ভালুক হালক ৷ উক্ত কেন্দ্ৰটোত কিছুদিন বিশেষ নিৰীক্ষণত ৰাখি পোৱালী হালক পিছত পুনৰ বনত এৰি দিয়াৰ কথা চিন্তা কৰা হব বুলি ডা৹ চামচুল আলিয়ে লগতে জনায় ৷

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd