DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যন নামেৰে এক নতুন কাৰ্বি সংগঠনৰ অংকুৰণ

নংনী তেৰন by নংনী তেৰন
March 24, 2018 10:25 pm
Karbi Students Federation
92
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীস্থিত কাৰ্বি ভৱন (কাৰ্বি হেমটুন)ত আজি অনুষ্ঠিত এক সভাত কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যন (কে এছ এফ) নামৰ এক নতুন সংগঠন গঠিত হয়। কেইবাটাও কাৰ্বি ছাত্ৰ সংগঠনক একত্ৰিত কৰি উক্ত উমৈহতীয়া সংগঠনটো গঠন কৰা হৈছে।

আজিৰ সভাত লোৱা সিদ্ধান্ত মৰ্মে নতুনকৈ গঠন হোৱা কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যনত ইয়াৰ সকলো সদস্য সংগঠনৰ সভাপতি আহ্বায়ক হিচাপে থকাৰ বিপৰীতে উক্ত সংগঠনসমূহৰ সাধাৰণ সম্পাদক সকল কে এছ এফৰো সাধাৰণ সম্পাদক হিচাপে থাকিব।

উক্ত সভাখনলৈ নিমন্ত্ৰণ কৰা কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ’য়ে কয়, ‘এটা সংগঠন গঠন কৰাতো সহজ কিন্তু ইয়াক জীয়াই ৰাখি লক্ষত উপনীত কৰোৱাতো সহজ নহয়। মই আপোনালোকক নতুন সংগঠন গঠন কৰিবলৈ হাক দিওঁ, কিন্তু সদস্য সংগঠনসমূহৰ মাজত যেতিয়া বিশ্বাসে গঢ় লয় তেতিয়া একেলগে কাম কৰাটো বেছি ভাল।’

তেওঁ লগতে কয় যে স্থান নিৰ্বিশেষে সকলো কাৰ্বি একত্ৰিত হৈ কাম কৰাটোৱে ইয়াৰ উদ্দেশ্যে হোৱা উচিত।

কাৰ্বি ছাত্ৰ সন্থা (কে এছ এ)ৰ দুটা গোট, এ এ কে ৱাই এ, এ আই কে এছ ইউ, কে এছ ইউ কামৰূপ, কে এছ ইউ কাৰ্বি আংলং, এ পি এম ডব্লিউ এছ, এ এ কে এছ এ, বৰাক ভেলী কে এছ এ আদি হৈছে আজিৰ নৱগঠিত কাৰ্বি ষ্টুডেণ্টছ ফেডাৰেইশ্যনৰ সদস্য সংগঠন।

Recent News

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd