• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰৰ মৰিয়ামপুৰত চাওতালী জনগোষ্ঠীৰ ঐক্য সংহতি দিৱস উদযাপন

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , June 30, 2018 10:57 pm

2 min read

তামুলপুৰৰ মৰিয়ামপুৰত চাওতালী জনগোষ্ঠীৰ ঐক্য সংহতি দিৱস উদযাপন
166
VIEWS
Share on FacebookShare on Twitter

১৮৫৫ চনৰ ৩০ জুনত সমগ্ৰ ভাৰতবৰ্ষতে বীৰ ছহিদ চিদু-কানুৰ নেতৃত্বত চাওতালী সকলে বৃটিছ চৰকাৰৰ ভূমি নীতি আৰু শোষণ-বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। সেই দুই মহান বীৰ পুৰুষ চিদু-কানুৰ আদৰ্শক সৰোগত কৰি আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত মৰিয়ামপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত চাওতালী জনগোষ্ঠী সকলৰ ঐক্য সংহতি দিৱস উদযাপন কৰা হয়।

সংহতি দিৱসৰ লগত সংগতি ৰাখি মৰিয়ামপুৰ আঞ্চলিক চাওতালী ছাত্র সংগঠন (এছু)ৰ উদ্যোগত ১১ বজাত মহান বীৰ চিদু-কানুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সুবনখাটা ষ্টাৰলেণ্ড বিদ্যালয়ৰ অধ্যক্ষ মাৰচেল হেম্ৰমে।

সভাৰ আৰম্ভণীতে চাওতালী জনগোষ্ঠীৰ পৰম্পৰাগত দংশ্ৰীং নৃত্যৰে অতিথি সকলক আদৰণি জনোৱা হয়।

এছুৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি লুইচ হাছদায়। দুপৰীয়া ১২ বজাত চাওতালী লোকসকলৰ মাজত ধনুৰ তিৰৰে লক্ষ্য ভেদ কৰা (বিঝাতিন) প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কালিতুছ চৰেনক ৩০ হাজাৰ টকাৰে সন্মানিত কৰা হয়।

বাক্সা জিলা চাওতালী সাহিত্য সভাৰ সভাপতি বুকুল মাৰ্ডীয়ে সভাপতিত্ব কৰা মুকলি সভাত বিগত হাইস্কুল শিক্ষ্যান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ ৩ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ২৭ গৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

অঞ্চলটোৰ সহস্ৰাধিক স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰা আজিৰ সভাত শশীপুৰ হাইস্কুলৰ শিক্ষক ৰাম হাছদা, অধিবক্তা মতিলদা মুৰ্ম, চেছাপানী হাইস্কুলৰ শিক্ষক চিংগু চৰেন, পূব কুমাৰীকাটা এম ই স্কুলৰ শিক্ষক হেমবাবু বাস্কে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd