• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক কেলেংকাৰি

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , July 25, 2018 6:15 pm

2 min read

IMG_20180723_123014
100
VIEWS
Share on FacebookShare on Twitter

দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা জাহিৰ কৰা বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত গোৱালপাৰা জিলাৰ কৃষ্ণাইত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷  জানিব পৰা মতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনস্থ এটা পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা এগৰাকী ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰি আছে।

অভিযোগ অনুসৰি, অতি নিম্ন মানৰ নিৰ্মাণ সামগ্ৰীৰে পথ নিৰ্মাণৰ নামত ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে মুক্তভাৱে চলাইছে লুণ্ঠনৰাজ৷ উল্লেখ্য যে, কৃষ্ণাইৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পাইকাণ ১ম খণ্ডৰ মাক্ৰিবড়ী হৈ চকুধোৱা পথলৈ নিৰ্মাণ কৰি থকা পথছোৱাত এই কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷

কৃষ্ণাইৰ ভুক্তভোগী ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি, উক্ত ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে পথটো নিৰ্মাণত অতি নিম্ন মানৰ শিল, বালি আদি ব্যৱহাৰ কৰাৰ উপৰিও পথটোৰ বাবে অনুমোদিত হোৱা তথা অতি প্ৰয়োজনীয় কালভাৰ্ট কেইটাও অতি চতুৰভাৱে হৰলুকি কৰিছে৷ এই কেলেংকাৰিৰ সন্দৰ্ভত স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক বহু বাৰ অভিযোগ দিছে যদিও আজিলৈকে ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীৰ বিপক্ষে কাৰ্যতঃ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এই কথা প্ৰতীয়মান হৈ পৰিছে যে গড়কাপ্তানি বিভাগটোৱে ঠিকাদাৰগৰাকীক কোনো পধ্যেই নিয়ন্ত্ৰণ কৰিব পৰা নাই।

অভিযোগ উঠা মতে, গড়কাপ্তানি বিভাগৰ নিয়ম মতে নচলে  ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰী৷  আনকি কোনো ক্ষমতাশালী চক্ৰৰ চত্ৰছায়াত লালিত-পালিত  ক্ষমতাশালী ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে হেনো পথ সম্পৰ্কীয় বিষয়ত ৰাইজৰ অভিযোগৰ ওপৰত গুৰুত্ব দিয়া পথৰ দায়িত্বত থকা অভিযন্তাকো নিমিষতে বদলি কৰি দিব পাৰে৷ ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদিয়া ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে এক প্ৰকাৰ নিজৰ খেয়াল খুচি মতে পথৰ কাম শেষ কৰিবলৈ ওলোৱা কাৰ্যত অঞ্চলটোৰ ৰাইজে মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছে৷ এই ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিৰ উপ সভাপতি জাকিৰ হুছেইনে৷ অন্যথা তেওঁলোকে আন্দোলনৰ পথ গ্ৰহণ কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে৷

Recent News

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

a raper

বিয়াৰ প্ৰতিশ্ৰুতি দি অভিনেত্ৰীক ধৰ্ষণ কৰিলে পাইলটে, তাৰপিছত?

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd