• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাইৰ পাইকানত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি : অসাধু ঠিকাদাৰৰ হাতত প্ৰহৃত ষাঠিৰোৰ্ধ্ব বৃদ্ধা

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 7, 2018 5:01 pm
IMG_20180806_113444
101
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ কৃষ্ণাইত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নামত চলি আছে কোনো অশুভ শক্তিৰ মদতপুষ্ট ঠিকাদাৰৰ লুটৰাজ৷ পথ নিৰ্মাণত থকা বিসংগতি সম্পৰ্কে অভিযোগ কৰিলেই অভিযোগ কৰোঁতা হৈ পৰে ঠিকাদাৰৰ গুণ্ডা বাহিনীৰআক্ৰমণ লক্ষ্য। শেহতীয়াভাৱে কৃষ্ণাইৰ পাইকানত  ঠিকাদাৰৰ আক্ৰমণৰ বলি হৈছে এগৰাকী ৬০ বছৰীয়া বৃদ্ধা।

কৃষ্ণাইৰ পাইকান ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা বৰজুলিলৈকে নিৰ্মাণ চলি থকা পথছোৱাত সম্প্ৰতি চলিছে লুটৰাজ ৷ ঠিকাদাৰ নিব্বাচ সিঙে চলাইছে এই লুটৰাজ৷

এইক্ষেত্ৰত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে গড়কাপ্তানী বিভাগে। ইফালে বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাও সন্দেহজনক৷
এই বিষয়ত বহু অভিযোগ দিয়া হৈছে যদিও দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ কথা সদম্ভে ঘোষণা কৰি থকা ৰাজ্যৰ বিজেপি চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰ নিব্বাচ সিঙৰ বিৰুদ্ধে৷

গোৱালপাৰাত এতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰে যেন লুটপাতৰ প্ৰতিযোগিতাতহে নামিছে।
বছৰৰ পিছত বছৰ ধৰি শোচনীয় বাট-পথৰ বাবে নৰক যন্ত্ৰণা ভুগি অহা গঞা ৰাইজে পকী পথৰে অহা-যোৱা কৰাৰ সপোন দেখিছিল যদিও সেয়া এতিয়া এটা অলীক সপোনলৈ ৰূপান্তৰিত হৈছে।

পাইকান বৰজুলি পথৰ নিৰ্মাণৰ কাম চলি থাকোঁতেই চিৰাল ফাট দিছে নিৰ্মীয়মাণ কালৰ্ভাটত ৷
কালভাৰ্টৰ উপৰি বাকী পথছোৱা নিৰ্মাণতো ব্যৱহাৰ হৈছে নিম্নমানৰ সামগ্ৰী৷ কৃষ্ণাইত এতিয়া ঠিকাদাৰৰ ধন ঘটাৰ আহিলাহে হৈ পৰিছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd