DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেটি লোৱাৰ অভিযোগ : খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক চি বি আইৰ জেৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 8:21 pm
ভেটি লোৱাৰ অভিযোগ : খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক চি বি আইৰ জেৰা
112
VIEWS
Share on FacebookShare on Twitter

আজিৰ আবেলিৰ এটা ঘটনাত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইৰ এটা দলে মহানগৰীৰ খানাপাৰাত থকা কেন্দ্ৰীয় বিদ্যালয়ত কেইবালাখ টকাৰ ঘোচ লোৱা সংক্ৰান্তত এটা অভিযান চলায়। অভিযানৰ সময়ত চি বি আইৰ দলটোৱে কেন্দ্ৰীয় বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ ধাৱানক প্ৰথমে সোধা-পোছা কৰে আৰু পিছত গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে U/s 7 of PC Act, 1988 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

এটা বিশেষ সূত্ৰই এন ই নাওক জনোৱা মতে গুৱাহাটীৰে এজন ঠিকাদাৰৰ পৰা অধ্যক্ষজনে ভেটি বিচৰাৰ এটা অভিযোগৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে অভিান চলাইছিল। ঠিকাদাৰজনৰ অভিযোগ মতে অধ্যক্ষজনে তেওঁক বিল মুকলি কৰি দিয়াৰ বিনিময়ত ৫০ হাজাৰ টকা দাবী কৰি আহিছিল। চি বি আয়ে পৰিকল্পনা কৰি তেওঁক ১০০০০ টকা ঘোচ লৈ থকা অৱস্থাতে হাতে-লোটে ধৰা পেলায়। অধ্যক্ষজনৰ কাৰ্য্যালয়ৰ পৰা কিছুমান সংগতিহীন কাগজ-পত্ৰও সংস্থাটোৱে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বিদ্যালয়খনৰ চৌহদত শিশুৰ বাবে এখন উদ্যান নিৰ্মাণৰ টকা পাবলৈ আছিল ঠিকাদাৰজনে।

খানাপাৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ ধাৱান।

গ্ৰেপ্তাৰ কৰাৰ পিছত ধাৱানক গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd