• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰে ‘উৰণ আঁচনি’ৰ অধীনত অসমত আৰম্ভ কৰিব নতুন বিমান সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 8:01 am
VT-IFK_Indigo_Airbus_A320_VOBL_DSC_6818WM-660x330
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ ভাবুকি প্ৰতিহত কৰাৰ লক্ষ্যৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে সামৰি যোগাযোগ তথা যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে স্থলপথ, জলপথ আৰু আকাশীপথক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবেই অধিক গুৰুত্ব আৰোপ কৰিছে।

বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰত সীমান্তত অভাৱনীয়ভাৱে নিজৰ কাৰ্য কলাপ বৃদ্ধি কৰাৰ উপৰি স্থলপথৰ লগতে ৰেইলপথৰো সম্প্ৰসাৰণ কৰা প্ৰসংগই স্বাভাবিকতে চিন্তিত কৰি তুলিছে ভাৰত চৰকাৰক।

Apply Now

এনে সময়তে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ সৈতে যোগাযোগ তৰাণ্বিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰৰ উৰণ আঁচনিৰ অধীনত অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যকো সামৰি লোৱাতো উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰতিৰক্ষাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে অচিৰেই যোৰহাটৰ লগতে ৰাজ্যখনৰ আন ঠাইৰ পৰা ‘উৰণ আঁচনি’ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত ইণ্ডিগ’ এয়াৰলাইন্সে বিমান সেৱা আৰম্ভ কৰিব।

এই সন্দৰ্ভত যোৰহাটৰ এয়াৰপ’ৰ্ট সঞ্চালক পি কে মিশ্ৰই জানিবলৈ দিয়ে যে ইতিমধ্যে ইণ্ডিগ’ এয়াৰলাইন্সৰ পুনিত মহৰ্ষি নামৰ এজন বিষয়া যোৰহাটলৈ (ৰৰৈয়া বিমান কোঠ) আহি বিমান বন্দৰৰ আন্তঃগাঁথনি বিষয়ে বুজ লৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰি বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰিছে।

লগতে মিশ্ৰই জানিবলৈ দিয়ে যে যোৰহাট কলকাতাৰ মাজত প্ৰথমে চলাচল হ’ব লগা ইণ্ডিগ’ বিমান সেৱা সম সাময়িকভাৱে অসমৰ আন ঠাইলৈকো সম্প্ৰসাৰণ হ’ব।

যোৰহাটৰ এয়াৰপ’ৰ্ট সঞ্চালক মিশ্ৰই লগতে জানিবলৈ দি কয় যে ‘জুম এয়াৰলাইন্স’কো কেন্দ্ৰৰ উৰণ আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু জুম এয়াৰলাইন্সেও যোৰহাট-কলকাতাৰ মাজত অচিৰেই বিমান সেৱা আৰম্ভ কৰিব।

তদুপৰি ডিব্ৰুগড়, যোৰহাট আৰু কলকাতাৰ মাজত অহা জুন মাহৰ পৰা ইণ্ডিগ’ বয়িং বিমান সেৱা আৰম্ভ হোৱাৰো সম্ভাৱনা আছে।

ইফালে কেন্দ্ৰৰ উৰণ আঁচনিৰ জৰিয়তে যোৰহাট, তেজপুৰ আৰু লখিমপুৰৰ মাজতো অচিৰেই হেলিকপ্টাৰ সেৱা আৰম্ভ হ’ব।

আনহাতে, যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি জেট্‌ এয়াৰৱেজে বৰ্তমান চলি থকা বিমানৰ উপৰি সপ্তাহত এদিন অতিৰিক্তভাৱে ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী হৈ মুম্বাইলৈ আন এখন বিমান চলোৱাৰ বিষয়েও সক্ৰিয়ভাৱে বিবেচনা কৰি আছে বুলি সংশ্লিষ্ট সূত্ৰই জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd