DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দৰজিৎ সিঙে সাক্ষাত কৰিলে ৰাজ্যপাল জগদীশ মুখীক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 11:32 am
Union Minister meets Governor
185
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পৰিকল্পনা, ৰসায়ন আৰু সাৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰাও ইন্দৰজিৎ সিঙে মঙলবাৰে অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীক লগ কৰে গুৱাহাটীৰ ৰাজভৱনত। আলোচনা কালত কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে ৰাজ্যপালগৰাকীৰ আগত তেওঁৰ বিভাগে অসমৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে অৱগত কৰোৱায়। এই কথা জানিবলৈ পোৱা যায় ৰাজভৱনৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে।

কেন্দ্ৰই গ্ৰহণ কৰা ‘চবকা চাথ চবকা বিকাশ’ নামৰ শ্লোগানৰ আলম লৈয়ে আমাৰ বিভাগে বিভিন্ন উন্নয়ন মূলক আঁচনি শুভাৰম্ভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰখনে ভাল ফল দেখুওৱাৰ লগতে দেশৰ উদ্যোগ খণ্ডৰ উন্নয়ন সাধনৰ বাবে মোৰ দায়িত্বত থকা বিভাগ কেইটাৰো বিভিন্ন আঁচনি মঞ্জুৰ কৰিছে।

তেওঁ পুনৰ কয় যে নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূবৰ ৰাজ্য কেইখনক যিকোনো প্ৰকাৰে সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ লগতে অঞ্চলটো দেশৰ ভিতৰতে জৈবিক হব হিচাপে পৰিণত কৰাত ব্ৰতী হৈছে সেয়ে আমাৰ বিভাগৰ তৰফৰ পৰাও ৰাজ্য চৰকাৰক যিকোনো ধৰণৰ সহায় সহযোগিতা কৰিবলৈ সম্পূৰ্ণ সাজু।

বৈঠকৰ অন্তত ৰাজ্যপাল মুখীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰসকলো ধৰণৰ আঁচনি ৰাজ্য চৰকাৰে সুকলমে প্ৰয়োগ কৰিব বুলিও আশ্বাস প্ৰদান কৰে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd