• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে ত্ৰিপুৰাৰ ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব: প্ৰকাশ কাৰাট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 9:36 am
Prakash-Karat-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিপিআই-এমৰ নেতা প্ৰকাশ কাৰাটে বৃহস্পতিবাৰে কয় যে ত্ৰিপুৰাৰ ভোটাৰে অহা ১৮ ফেব্ৰুৱাৰীৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰি কেন্দ্ৰৰ ‘জন বিৰোধী নীতি’ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

‘’বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা দলক পৰাজিত কৰি ত্ৰিপুৰাৰ জনসাধাৰণে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে এক মুখ্য ভূমিকা ল’ব,’’-আগৰতলাৰ পৰা ১৩৫ কিলোমিটাৰ দক্ষিণৰ সীমান্ত চহৰ ছাব্ৰুমত এখন নিৰ্বাচনী সভাত ভাষণ দি চিপিআই-এমৰ পুলিটব্যুৰো সদস্যগৰাকীয়ে এইদৰে কয়।

Apply Now

‘’বিজেপিয়ে সদায় দাবী কৰে যে ই ভাৰতৰ আটাইতকৈ বেছি ৰাষ্ট্ৰীয়তাবাদী দল। অৱশ্যে, ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত ই জনজাতি ইণ্ডিজেনিয়াছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰাৰ সৈতে মিত্ৰতা কৰিছে যাৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে আৰু এখন শান্তিপূৰ্ণ ৰাজ্যক অস্থিৰ কৰাৰ চেষ্টা চলাই আছে।‘’

ত্ৰিপুৰাৰ ৬০ জনীয়া বিধানসভাৰ ২০ টা সমষ্টি জনজাতিৰ বাবে আৰু ১০ টা অনুসূচীত জাতিৰ বাবে সংৰক্ষিত। বিজেপিয়ে আইপিএফটিক ৯ খন জনজাতিৰ বাবে সংৰক্ষিত আসন আগবঢ়াইছে।

কাৰাটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাফল্যৰ দাবীৰ বিপৰীতে কয় যে যোৱা ৪ বছৰত বিভিন্ন খণ্ডত ১০ লাখতকৈয়ো কম যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিছে আৰু বেছিভাগেই ব্যক্তিগত খণ্ডত।

দেশৰ বিকাশ, কৃষকৰ সমস্যা সমাধান, বৰ্দ্ধিত নিবনুৱা সমস্যা আদি ক্ষেত্ৰত বাওঁপন্থী দলৰ ‘’বিকল্প নীতি’’ৰ কথা উল্লেখ কৰি  বাওঁপন্থী নেতাগৰাকীয়ে কয় যে যদি কেন্দ্ৰীয় চৰকাৰখনে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনতো ক্ষমতা হস্তগত কৰে তেতিয়াহ’লে দেশখনৰ ভৱিষ্যৎ ‘বিধ্বস্ত’ হৈ পৰিব।

‘’ বিজেপিয়ে ত্ৰিপুৰাৰ ৰাজনৈতিক পৰিৱেশৰ কথা বুজিব পৰা নাই… আন ৰাজ্যত তেওঁলোকে বিধায়ক আৰু ভোটাৰক কিনিবলৈ চেষ্টা কৰে, কিন্তু ত্ৰিপুৰাত সেইটো সম্ভৱ নহয়,’’-কাৰাটে কয়।

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰৰ বাবে চিপিআই-এমৰ পুলিটব্যুৰো সদস্য বৃন্দা কাৰাট, বিমান বসু, দলৰ পশ্চিমবংগৰ সাধাৰণ সম্পাদক সূৰ্যকান্ত মিশ্ৰ, দলৰ নেতা হান্নান মোল্লাৰ লগতে চিপিআই-এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে দলৰ প্ৰাৰ্থীসকলৰ বাবে ৰাজ্যখনত ভ্ৰমণ কৰিছে।

৬০ জনীয়া ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ বাবে অহা ১৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু অহা ৩ মাৰ্চত ভোটগণনা অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd