• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ট্ৰাইফেডৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছৰ কাৰ্যভাৰ গ্ৰহণ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , May 26, 2018 8:26 am

2 min read

New board of Director takes office in TRIFED Kokrajhar
84
VIEWS
Share on FacebookShare on Twitter

ট্ৰাইবেল কো’অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেশ্যন লিমিটেড, চমুকৈ ট্ৰাইফেডৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ট্ৰাইফেড হৈছে দেশখনৰ জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ বাবে গঠিত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অন্তৰ্গত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় অনুষ্ঠান। কালি ২৫ মে’ত ট্ৰাইফেডৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈছিল আৰু এই সভাত ১১ গৰাকী ব’ৰ্ড অব ডাইৰেক্টৰ্ছক নতুনকৈ দায়িত্বভাৰ অৰ্পণ কৰা হয়।

নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ব’ৰ্ড অব ডাইৰেক্টৰ্ছে বিকাশৰ ক্ষেত্ৰত কাম কৰি থকা অন্য সহযোগীসকলৰ সৈতে একেলগে কাম কৰি জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন সাৰ্বজনীন আৰু বহনক্ষম বজাৰ সৃষ্টি কৰি জনজাতীয় লোকসকলৰ অৰ্থনৈতিক অৱস্থা আৰু জীৱন-ধাৰণৰ মান উন্নত কৰাৰ  ট্ৰাইফেডৰ উদ্দেশ্যক  আগবঢ়াই লৈ যাব।

ব’ৰ্ড অব ডাইৰেক্টৰ্ছে আৰু জনায় যে জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন উন্নত বজাৰৰ ব্যৱস্থা কৰি আৰু উৎপাদিত সামগ্ৰীৰ বাবে নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ, বনজ সামগ্ৰীসমূহৰ মূল্য সংযোজন কৰি জনজাতীয় কৃষকসকলৰ সামৰ্থ্য গঠন আৰু  সম্পদ যথেষ্ট বৃদ্ধি কৰি ট্ৰাইফেডে জনজাতীয় লোকসকলৰ বাবে এটা বহনক্ষম জীৱিকা ব্যৱস্থাৰ সৃষ্টি কৰিব।

সমাজকৰ্মী আৰু স্তম্ভ লেখিকা প্ৰতিভা ব্ৰহ্মক ট্ৰাইফেডৰ উপাধ্যক্ষ হিচৈপে নিৰ্বাচিত কৰা হৈছে। উল্লেখ্য যে তেওঁ হৈছে এই পদৱীত অধিস্থিত প্ৰথমগৰাকী মহিলা। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিব। অসমৰ জনজাতিসকল বিশেষকৈ মহিলাসকলৰ পৰম্পৰাগত কাম কিছুমানত দক্ষতা আছে আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে সেই দক্ষতাসমূহ আৰু অধিক উন্নত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

Recent News

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd