DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ট্ৰেফিক আইনৰ ৰূপায়ণৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 20, 2017 5:18 pm
কোকৰাঝাৰত ট্ৰেফিক আইনৰ ৰূপায়ণৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ
127
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰায়বোৰ মহানগৰ আৰু চহৰত যান- বাহনক শৃংখলাবদ্ধতাৰে পাৰ্কিং কৰাটো বাধ্যতামূলক কৰাৰ দৰে বড়োলেণ্ডৰ মুখ্য কেন্দ্ৰ কোকৰাঝাৰ সদৰ চহৰতো ট্ৰেফিক আইন কঠোৰ ভাৱে ৰূপায়ণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিগত সময়ছোৱাত ইমান দিন ধৰি শৃংখলাবদ্ধতাৰে চহৰখনত পাৰ্কিঙৰ ব্যৱস্থা নাছিল যদিও আজিৰ পৰা কোকৰাঝাৰ পৌৰ সভাৰ অধীনত জৗহৌলাও পাৰ্কিং চছাইটি নামৰ এটা বেচৰকাৰী সংস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে। আজি কোকৰাঝাৰ চহৰত পথৰ পাৰ্কিং মাছুল সংগ্ৰহৰ ব্যৱস্থা বেচৰকাৰী সংস্থাটোৰ মুৰব্বী বিষয়া মিলন দৈমাৰীয়ে কোকৰাঝাৰ ট্ৰেফিক আৰক্ষী বিষয়া জ্ঞাচুদ্ধীন আহমেদৰ উপস্থিতিত শুভ উদ্ধোধন কৰে । উদ্ধোধন কৰি জৗহোলাও পাৰ্কিং চছাইটি বেচৰকাৰী সংস্থাৰ পৰিচালক লেছী মেক্স মিলন দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বি টি চিৰ মুখ্য সদৰ হ’ল কোকৰাঝাৰ । কোকৰাঝাৰৰ যান-জঁট নিয়ন্ত্ৰণ কৰাৰ লগতে শৃংখলাবদ্ধতাৰে চহৰৰ পথত পাৰ্কিং স্থানত বাহন সমূহ পাৰ্কিং কৰি এটি সুন্দৰ পৰিবেশ গঢ়ি তোলাৰ অতি প্ৰয়োজন আছে । সেয়ে আজিৰ পৰা কোকৰাঝাৰ চহৰত এই শৃংখলাবদ্ধতা ৰক্ষা কৰি চহৰখনৰ ১ নং ৱাৰ্ডৰ পৰা আৰম্ভ কৰি ১০ নং ৱাৰ্ডলৈ পথ সমূহত পাৰ্কিঙৰ বাবে নিৰ্দ্দিষ্ট  স্থান বনাই দিয়া হৈছে । এই নিৰ্দ্দিষ্ট পাৰ্কিং স্থানত পাৰ্কিঙৰ বাবে দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ গৰাকীয়ে পাৰ্কিং মাছুল প্ৰতি ঘন্টাত  ক্ৰমে পাঁচ টকা আৰু দহ টকা আদায় দিব লাগিব । আনহাতে চহৰখনৰ দোকানী সকলে নিজৰ বাহন স্থায়ী ভাৱে পাৰ্কিং কৰাৰ বাবে ৰেহাই মূল্যত মাহিলী পাৰ্কিং মাছুল দিব লাগিব ক্ৰমে দুচকীয়া বাহনত ৩০০ আৰু চাৰিচকীয়াত ৬০০ টকা । আনহাতে নিৰ্দ্দিষ্ট পাৰ্কিং স্থানত বাহন সমূহ পাৰ্কিং নকৰিলে ট্ৰেফিক আইন উলংঘা কৰা অপৰাধত  ইউ / এছ – ১৭৯(i) এম ভি এক্ট আইনত ৫০০ টকা জৰিমনা বিহা হ’ব বুলি দৈমাৰীয়ে জানিবলৈ দিয়ে। সেয়ে কোকৰাঝাৰ চহৰখন শৃংখাবদ্ধভাৱে ৰাখিবলৈ বেচৰকাৰী সংস্থাটোৱে যি পদক্ষেপ গ্ৰহণ কৰিছে তাত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লেছী দৈমাৰীয়ে ।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd