• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত কেএলঅ’ সদস্য আটক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 16, 2018 4:35 pm
Two-KLO-cadres-nabbed-during-a-joint-operation-by-Army-and-police.-Image-Northeast-Now-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰত ১৫ জুলাইৰ পুৱতি নিশা সেনা বাহিনীৰ ১২ শিখ লী বেটেলিয়ন, কোকৰাঝাৰ আৰক্ষী আৰু চিআৰপিএফৰ কোব্ৰা গোটে যুটীয়া অভিযান চলাই কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন সংগঠনৰ দুজন সদস্যক আটক কৰিবলৈ সক্ষম হয়।

এক বিশেষ সূত্ৰৰ পম খেদি সেনা, অৰ্ধ-সামৰিক বাহিনী আৰু আৰক্ষীৰ এই যুটীয়া গোটটোৱে শিলকাটাটি পাৰ্ট-২ গাঁৱত সংগঠনটোৰ সদস্য দুজনক আটক কৰিবলৈ সক্ষম হয়। এই সদস্য দুজনে বাংলাদেশত প্ৰশিক্ষণ লৈছিল বুলি জানিব পৰা হৈছে।

Apply Now

সূত্ৰৰ পৰা জানিব পৰা মতে ১৫ জুলাইৰ পুৱতি নিশা প্ৰায় ৪.২০ বজাত সেনা, অৰ্ধ-সামৰিক আৰু আৰক্ষীৰ যুটীয়া তালাচী দলটোৱে দুজন যুৱকক সন্দেহজনকভাৱে ঘূৰা-ফিৰা কৰি থকা দেখা পায়। তালাচী দলটোৱে সন্দেহজনক যুৱক দুজনক প্ৰত্যাহ্বান জনায়। কিন্তু সেই যুৱক দুজনে তালাচী দলটোৰ পৰা পলাই যাবলৈ উদ্যত হয়। কিন্তু উগ্ৰপন্থীৰ সন্ধানত অভিযান চলোৱা নিৰাপত্তাৰক্ষীৰ দলটোৱে তেওঁলোকক খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে কৰায়ত্ব কৰাৰ পাছত তালাচী দলটোৱে ধৃত যুৱক দুজনক সেই ঠাইতেই জেৰা কৰিবলৈ আৰম্ভ কৰে। আৰু জেৰাত তেওঁলোকে নিজকে ‘কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন’ৰ সৈতে সক্ৰিয়ভাৱে জড়িত বুলি স্বীকাৰোক্তি দিয়ে।

উগ্ৰপন্থী দুজনক যথাক্ৰমে কোকৰাঝাৰ জিলাৰ বদৰপুৰৰ অন্তৰ্গত ২নং চৌতাকি গাঁৱৰ প্ৰয়াত সুধীশ বৰ্মণৰ পুত্ৰ কৃষ্ণ বৰ্মণ ওৰফে মনোজ কোচ (১৯) আৰু আনজনক একে গাঁৱৰে প্ৰয়াত ভোলা বৰ্মণৰ পুত্ৰ সম্বাৰু বৰ্মণ ওৰফে খুণ্ডু বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰটোৱে আৰু জনাইছে যে কমতাপুৰ লিবৰেশ্যন অৰ্গেনাইজেশ্যনৰ এই উগ্ৰপন্থী সদস্য দুজন হৈছে বাংলাদেশত প্ৰশিক্ষণ লাভ কৰা ২০১৬ চামৰ সদস্য আৰু সংগঠনটোৰ ছেৰফাংগুৰি শাখাৰ এটা অংশ।

এই সদস্য দুজনে ধন দাবী কৰা আৰু উঠি অহা চামক উগ্ৰপন্থী গোটটোত যোগ দিয়াৰ বাবে প্ৰৰোচিত কৰা আদিত জড়িত আছিল।

উগ্ৰপন্থী সদস্যকেইজনৰ জিম্মাৰ পৰা দুটা দেশীয়ভাৱে নিৰ্মিত পিষ্টল আৰু চাৰি ৰাউণ্ড গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে বৰ্তমান উগ্ৰপন্থী সদস্য দুজনক জেৰা কৰি থকা হৈছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd