• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ‘বডোফা’ উপেন ব্ৰহ্মৰ জন্ম দিৱস পালন; বঞ্চিত সম্প্ৰদায়ৰ ন্যায়্প্ৰাপ্তিৰ বাবে ঐক্যবদ্ধ আন্দোলনৰ নেতৃত্ব দিছিল ব্ৰহ্মই : এবছু

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 31, 2018 11:27 pm
bodofa upendra nath brahma

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬২ সংখ্যক জন্ম দিৱস আজি কোকৰাঝাৰত পালন কৰা হয়। দতমাৰ থুলুংগাপুৰীত ব্ৰহ্মৰ সমাধিথলীত এবছুৱে আৰু বিটিচি সচিবালয়ে কোকৰাঝাৰৰ বডোফা নগৰ (Bodofa Nwgwr)ৰ বিটিচি সদনৰ সমুখত বডো নেতাগৰাকীৰ জন্ম দিৱস পালন কৰে।

বডোফাক সুঁৱৰি এবছুৰ সম্পাদক লৰেন্স ইছলাৰীয়ে কয় ‘বডোফাই পদদলিত লোকসকলৰ বাবে কাম কৰিছিল, তেওঁলোকৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল আৰু সুবিধাবঞ্চিত সম্প্ৰদায়সমূহৰ ন্যায়্প্ৰাপ্তিৰ বাবে সমগ্ৰ অঞ্চলটো কঁপাই যোৱা ঐক্যবদ্ধ আন্দোলনৰ নেতৃত্ব দিছিল।’

Apply Now

বডোফাৰ জন্ম দিৱস ‘ছাত্ৰ-ছাত্ৰীৰ দিন’ হিচাপে এবছুৱে পালন কৰি অহাৰ কথা উল্লেখ কৰি তেওঁলোকে বাৰম্বাৰ দাবী জনাই অহা সত্ত্বেও ৰাজ্য চৰকাৰ বা বিটিচি প্ৰশাসন কোনেও এই দিনটো বন্ধৰ দিনৰূপে ঘোষণা নকৰা বাবে ক্ষোভ প্ৰকাশ কৰে।

বড়ো আন্দোলনৰ চহিদসকলৰ বাবে অসম চৰকাৰে ৫ লাখকৈ টকা দিয়াৰ বাবে লোৱা সিদ্ধান্ত প্ৰশংসা কৰি এবছুৰ প্ৰাক্তন নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মই বিটিচি প্ৰশাসনে যোৱা ১৫ বছৰে বডোফাৰ পৰিয়ালটোক সাহায্য দিয়াত বিফল হোৱাতো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

আনহাতে বডোৰ লগতে আন পদদলিত লোকসকলৰ বাবে বডোফা পথ প্ৰদৰ্শক শক্তি আছিল আৰু শোষণ, দমন আৰু অন্যায়ৰ বিৰুদ্ধে তেওঁ এটা প্ৰজন্মৰ চকু মোকলাই গৈছিল বুলি মন্তব্য কৰি বিটিচিৰ উপ মুৰব্বী কাম্ফা বৰগয়াৰী্যে ব্ৰহ্মৰ জন্ম দিৱসত বন্ধ নিদিয়াৰ প্ৰসংগত কয় যে কথাটো ইতিমধ্যে পৰিষদত আলোচনা হৈছে। কিন্তু বডোফাৰ ‘জন্ম’ নে ‘মৃত্যু’ দিৱসতো বন্ধ দিয়া যায় সেয়া ঠিক কৰিব পৰা হোৱা নাই বুলি উল্লেখ কৰি নেতাজনে শীঘ্ৰে এই বিষয়তো পুনৰ আলোচনা কৰা হ’ব বুলি আশ্বাস দিয়ে।

বডোফা ইউ এন ব্ৰহ্ম ট্ৰাষ্টৰ অধ্যক্ষ ডঃ চুবুং বসুমতাৰীয়েও বডোফাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়।

১৯৫৬ চনৰ আজিৰ দিনটোতে জন্ম হোৱা এবছু তথা বড়ো আন্দোলনৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ১৯৯০ চনৰ শ্ৰমিক দিৱসৰ দিনা তেজৰ কৰ্কট ৰোগত চিকিৎসাধীন অৱস্থাত মুম্বাইৰ টাটা মেম’ৰিয়েল চিকিৎসালয়ত মৃত্যু হৈছিল।

১৯৯০ চনৰ ৮ মে’ত তেওঁক ‘বডোফা’ (Father of the Bodos/ বডোসকলৰ পিতৃপুৰুষ) উপাধিৰে মৰণোত্তৰভাৱে সন্মান যচা হৈছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd