DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বৈচাগু উপলক্ষে বাওখুংগ্ৰি পাহাৰ বগালে হাজাৰ হাজাৰ লোকে

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 14, 2018 10:02 pm
Baukhungri

ফাইল ফটো।

249
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰতো ৰাইজে উলহ-মালহেৰে নিয়ম-নীতি আৰু পৰম্পৰাৰ মাজেৰে বহাগ বিহু উদযাপন কৰিছে। কোকৰাঝাৰৰ বড়োসকলৰ মাজত বৈচাগু বুলি আখ্যাত এই বহাগ বিহুৰ বৈশিষ্ট্য তথা ৰং বিচাৰি পোৱা গৈছে খাম, ঝোতা, ছেৰ্জা, চিফুং আৰু জবস্ৰিঙৰ মাতত।

আজি আন আন ঠাইৰ দৰে জিলাখনৰ বিভিন্ন ঠাইত পৰম্পৰা ৰক্ষা কৰি পুৱাতেই গৰু গা ধুৱাই গৰুবিহু উদযাপন কৰা হয়।

আনহাতে বড়ো লোকসকলৰ মাজত পৰম্পৰাগত বাওখুংগ্ৰি পাহাৰ বগোৱা উৎসৱ আৰম্ভ হৈছিল আৰু এই উৎসৱৰ অংশস্বৰূপে বাওখুংগ্ৰি পাহাৰ বগোৱা হাজাৰ হাজাৰ লোক আজি সংক্ৰান্তিৰ আবেলি দিনা তললৈ নামি আহে।

উল্লেখযোগ্য যে এই উৎসৱত ডেকা-গাভৰু, পুৰুষ-মহিলা, জাতি-ধৰ্ম নিৰ্বিশেষে হাতে হাতে খাম, চিফুং আদি বাদ্য লৈ আজি পুৱাতেই বাওখুংগ্ৰি পাহাৰত উঠিছিল।

উৎসৱৰ আনন্দ আৰু উৎসাহত মন নিৰ্মলতাৰে ভৰি পৰা মানুহবোৰে আবেলিটো উপভোগ কৰিছিল অনন্য ধৰণে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd