DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ মাগুৰমাৰিত বৈদ্যুতিক তাঁৰ ছিগি গুৰুতৰপূৰ্ণভাৱে আহত এজন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 10, 2018 9:52 pm
বৈদ্যুতিক
71
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ মাগুৰমাৰি গাঁৱত শনিবাৰে বৈদ্যুতিক তাঁৰ ছিগি সংঘটিত এক দুৰ্ঘটনাত এজন লোক আহত হোৱাৰ লগতে স্থানীয় লোকৰ বহু বৈদ্যুতিক সামগ্ৰী নষ্ট হয়।

উক্ত দুৰ্ঘটনাটো এখন উদ্যানৰ সমীপৰ শাল গছ কাটিবলৈ যাওঁতে দিনৰ ২-৩০ বজাত সংঘটিত হয় বুলি জানিব পৰা গৈছে।

আনহাতে উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজন প্ৰদীপ মণ্ডল বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰদীপে জানিবলৈ দিয়া মতে এজন ব্যক্তিয়ে শাল গছৰ কুণ্ডা কাটি থকা অৱস্থাত হঠাৎ কুণ্ডাটো ১১ হাজাৰ ভল্টেজৰ বিদ্যুতৰ তাঁৰত পৰাত বৈদ্যুতিক তাঁৰ ছিগি পৰে। ফলত প্ৰদীপ মণ্ডল গুৰুতৰভাৱে আহত হোৱাৰ লগতে অঞ্চলটোৰ বহু লোকৰ বৈদ্যুতিক সামগ্ৰীও নষ্ট হয়।

ইতিমধ্যে আৰক্ষী আৰু বৈদ্যুতিক বিভাগৰ বিষয়া আহি ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

 

Recent News

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

চিনেমাকো চেৰ পেলাব জাদেজা-ৰিভাবাৰ প্ৰেম কাহিনীয়ে! কেনেকৈ প্ৰেমত পৰিল লাজকুৰীয়া ৰবীন্দ্ৰ?

চিনেমাকো চেৰ পেলাব জাদেজা-ৰিভাবাৰ প্ৰেম কাহিনীয়ে! কেনেকৈ প্ৰেমত পৰিল লাজকুৰীয়া ৰবীন্দ্ৰ?

মৰ্মান্তিক ঘটনা! বিয়াৰ পিছদিনাই হাৰ্ট এটেকত মৃত্যু পতি-পত্নীৰ

মৰ্মান্তিক ঘটনা! বিয়াৰ পিছদিনাই হাৰ্ট এটেকত মৃত্যু পতি-পত্নীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd