DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 20, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বড়োলেণ্ড ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচ কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 29, 2018 4:40 pm
কোকৰাঝাৰত
73
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত বড়োলেণ্ড ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচ কৰ্মচাৰী সন্থাৰ কৰ্মবৃন্দই চাকিৰ নিয়মীয়াকৰণৰ দাবীত অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি পালন কৰিছে।

চাকিৰ নিয়মীয়াকৰণৰ দাবীত দেওবাৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰা কৰ্মচাৰী সকলে তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি নোপোৱালৈকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বড়োলেণ্ড ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচ তথা  বি টি এছৰ চালক আৰু পৰিচালক সকলে নিম্নতম হিচাপে মাত্ৰ চাৰি হেজাৰ দৰমহাত বহু বছৰ ধৰি সেৱা আগবঢ়াই আহিছে। কিন্তু বৰ্তমান বি টি চিৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে সকলো বি টি এছ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে কাৰ্যত পৰিণত নহ’ল।
আনহাতে বৰ্তমান চাৰি হেজাৰ টকাত কোনো ব্যক্তিয়ে ঘৰ তথা পৰিয়াল পৰিচালনা কৰিব নোৱাৰে। গতিকে প্ৰতিশ্ৰুতি দিয়া অনুসৰি বি টি এছৰ কৰ্মচাৰী সকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণৰ পদক্ষেপ গ্ৰহণ নকৰালৈকে এই কৰ্মবিৰতি আন্দোলন অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰী সকলে সদৰী কৰিছে।
ইফালে বি টি এছ চুপাৰ বাছৰ চালক, পৰিচালক সকলে কৰ্মবিৰতি কৰাৰ ফলত বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰলৈ অহা দূৰ-দূৰণীৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Recent News

Farmers protest

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

Sisodia

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

Rahul Gandhi

নাৰী নিৰ্যাতন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে সময় বিচাৰিলে কংগ্ৰেছে: দিল্লী আৰক্ষীৰ পদক্ষেপক গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd