• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত প্ৰশিক্ষিত এন ডি এফ বি (স)ৰ কেডাৰ ৰিন্দাওৰ আত্মসমৰ্পণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 11, 2018 6:21 pm
Surrendered NDFB (S) cadre Rindao
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ চেফৰাংগুৰি আৰক্ষী থানাত আজি ৰিন্দাও ব্ৰহ্ম ওৰফে ৰিংঘাব ওৰফে মাজাম নামৰ এজন এন ডি এফ বি (স) গোটৰ কেডাৰে আত্মসমৰ্পণ কৰে।

কাপুৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্ম গাৱঁৰ সোমেশ্বৰ ব্ৰহ্মৰ পুত্ৰ তথা বিদ্ৰোহী সংগঠনটোৰ ৪২ নং গোটৰ কেডাৰ ২৫ বছৰীয়া ৰিন্দাও ব্ৰহ্ম ২০১৭ চনৰ নবেম্বৰত কোকৰাঝালৈ উভতি অহাৰ পূৰ্বে ম্যানমাৰত আছিল।

Apply Now

তেওঁক পৰিয়ালৰ লোকে আৰক্ষী থানালৈ লৈ অনা বুলি জনাই কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে এই সম্পৰ্কত ন্যায়িক পক্ৰিয়া আৰম্ভ কৰা হৈছে।

তিনি বছৰ পূৰ্বে, ২০১৪ চনৰ নবেম্বৰত তেওঁ এন ডি এফ বি (স) গোটত যোগদান কৰিছিল বুলি ৰিন্দাও ওৰফে ৰিংঘাবে সংবাদ মাধ্যমৰ লোকৰ আগত সদৰী কৰি কয়, ‘এন ডি এফ বি (স) ৰ নেতাসকলৰ পৰা মই ম্যানমাৰত প্ৰশিক্ষণ লাভ কৰিছিলো। যোৱা বৰ্ষৰ নবেম্বৰত মোৰ সৈতে গোটটোৰ আন ৬ জন সদস্যক সাংগঠনিক কামৰ বাবে অসম আৰু বি টি চি অঞ্চললৈ প্ৰেৰণ কৰা হৈছিল। অলপতে হোৱা এক যুটীয়া অভিযান কালত আমাৰ এজন সহযোগী নিহত হৈছিল।’

ৰিন্দাওয়ে লগতে কয় যে ম্যানমাৰত আলফা (স্বা), কে এল অ’, পি ডি চি কে, এন ডি এফ বি (স)কে ধৰি উত্তৰ-পূবৰ ১১ টাতকৈ অধিক উগ্ৰপন্থী সংগঠনৰ শিবিৰ আছে। আনহাতে, এন ডি এফ বি (স) গোটৰ প্ৰায় ২০০ কেডাৰে বিদেশৰ মাটিৰ পৰা সংগঠনটোৰ বাবে কাম কৰি আছে বুলিও সদৰী কৰে।

অৱশ্যে ৰিন্দাওয়ে কয় যে এন ডি এফ বি (স)ৰ সেনাধ্যক্ষ জি বিদাইক তেওঁ বি টি চি অঞ্চল বা অসমত লগ পোৱা নায়।

এন ডি এফ বি (স)ৰ উক্ত সদস্যজনে আজি আত্মসমৰ্পণ কৰাৰ কথা উল্লেখ কৰি চেফৰাংগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথে কয় যে জিলাখনৰ বিভিন্ন স্থানত এন ডি এফ বি (স)ৰ লগতে আন উগ্ৰপন্থী গোটৰ বিৰুদ্ধে নিয়মিত অভিযান চলাই অহা হৈছে।

কিছুদিন পূৰ্বে কোকৰাঝাৰৰ ৰিফু-চিৰাং বনাঞ্চলত সেনা আৰু আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযাত ম্যান্মাৰত প্ৰশিক্ষিত তথা ৰিন্দাও ব্ৰহ্মৰ সহযোগী এজন কেডাৰক নিহত কৰা হৈছিল বুলি নাথে লগতে উল্লেখ কৰে।

 

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd