• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত সংহাৰী ৰূপ ধাৰণ কৰা বানে গৃহহাৰা কৰিলে ১৫ টা পৰিয়াল

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , July 5, 2018 9:30 pm

1 min read

IMG-20180705-WA0022
77
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় কিছুদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে নামনি অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাতো বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

কোকৰাঝাৰ জিলাৰ গংগীয়া নদীৰ বাঢ়নি পানীয়ে জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে পলুগুৰি গাঁৱৰ বিস্তীৰ্ণ অঞ্চলৰ খেতিপথাৰ জলমগ্ন হোৱাত অঞ্চলবাসীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

উল্লেখ্য যে উক্ত নদীৰ বাঢ়নি পানীয়ে গাঁওখনৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১৫ টা ঘৰ খহনীয়াত জাহ যোৱাৰ লগতে যোৱা দুদিনত বানপানীৰ কৱলত পৰা অন্য ২০ টা পৰিয়ালকো অন্য সুৰক্ষিত ঠাইলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

গৰাখহনীয়াৰ কৱলত পৰা গাঁওবাসীয়ে দীৰ্ঘদিনৰ পৰাই গৰাখহনীয়া ৰোধ কৰাৰ দাবীত বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছিল যদিও কৰ্তৃপক্ষই কোনো কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে কয় যে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ইয়াৰ আগেয়ে এই অঞ্চল পৰিভ্ৰমণ কৰি গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু তেওঁৰ সেই প্ৰতিশ্ৰুতি আজিলৈ কাৰ্যক্ষম নহ’ল।

কোকৰাঝাৰত যোৱা দুটা দিনত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে যদিও কিছু পৰিমানে বান পৰিস্থিতি স্বাভাৱিক হোৱা বুলি জানিব পৰা গৈছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd