• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত অস্ত্ৰসহ দুজন এন ডি এফ বি আটক

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , July 4, 2018 10:43 pm

1 min read

NDFB (S) cadre
75
VIEWS
Share on FacebookShare on Twitter

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষী আৰু ১২ নং শিখলাই সেনাৰ ৰেজিমেণ্টে যৌথ অভিযান চলাই জিলাখনৰ উত্তৰ হাইজ্ৰাইগুৰী অঞ্চলৰ ৩নং ৰাইডৰ পৰা এন ডি এফ বি (এছ) গোটৰ দুগৰাকী সদস্যক আটক কৰে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে বুধবাৰে পুৱতি নিশা প্ৰায় ১.৫০ বজাত অভিযানকাৰী দলটোৱে দুজন লোকৰ চাল-চলন দেখি সন্দেহ উপজাত ৰখিবলৈ কোৱাত তেওঁলোকে পলাবলৈ চেষ্টা চলাইছিল যদিও সেনা-আৰক্ষীৰ দলটোৱে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন এন ডি এফ বি(এছ)ৰ সদস্য দুগৰাকীৰ এজন হৈছে ম্যানমাৰত প্ৰশিক্ষিত তথা সংগঠনটোৰ ৪২নং বেটচৰ দুৰ্ধৰ্ষ কেডাৰ ২ নং তাকামপুৰ গাঁৱৰ বানিকান্ত নাৰ্জাৰীৰ পুত্ৰ অনচুমা নাৰ্জাৰী(২৬) ওৰফে গালৰ বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আনজন সদস্য হ’ল সংগঠনটোৰ হৈ লিংকমেনৰ কাম কৰা গোঁসাইগাঁৱৰ হাইজ্ৰাইগুৰীৰ ষ্টিফেন নাৰ্জাৰীৰ পুত্ৰ সমীৰ নাৰ্জাৰী(২৫) ওৰফে হালাং।

ধৃত এন ডি এফ বি সদস্য দুজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী আৰু এটা মোবাইল হেণ্ডচেট উদ্ধাৰ কৰা বুলি সদৰি কৰে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd