• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰত BRAWFED ৰ উদ্যোগত নেশ্যনেল হেণ্ডলুম এক্সপ’

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
, November 24, 2017 12:35 pm

1 min read

কোকৰাঝাৰৰত BRAWFED ৰ উদ্যোগত নেশ্যনেল হেণ্ডলুম এক্সপ’
147
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা কোকৰাঝাৰৰ ৰাজমেলা খেলপথাৰত BRAWFED ৰ উদ্যোগত নেশ্যনেল হেণ্ডলুম এক্সপ’ ২০১৭-১৮ আৰম্ভ হৈছে। মেলাখনত ৫০ টাৰো অধিক বিপণি হোৱা বুলি জানিব পৰা গৈছে। ইয়াত কেইবাখনো ৰাজ্যৰ বিপণিয়ে ভাগ লোৱাৰ লগতে চুবুৰীয়া দেশ ভূটানৰ বিপণিয়েও অংশগ্ৰহণ কৰিছে। ১৪ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া এই মেলাখন আজি উদ্বোধন কৰে  মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিচিৰ জলসিঞ্চন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই। শ্ৰীযুত ব্ৰহ্মই তেওঁৰ উদ্বোধনী ভাষণত কয় যে বিটিচি সকলো দিশতে আৰু সকলো স্তৰতে উন্নতি কৰিবলৈ সক্ষম হৈছে। বড়ো মহিলাসকলে কাপোৰ বোৱাৰ পৰম্পৰা ধৰি ৰাখি বৰো সমাজৰ পৰম্পৰাগত সাজপাৰক সজীৱ কৰি ৰাখিছে বুলি তেওঁ লগতে কয় । আনহাতে তেওঁ বাবা ৰামদেৱে অলপতে কোকৰাঝাৰত যোগ শিবিৰ অনুষ্ঠিত কৰি এৰী সূতা আৰু কাপোৰক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যাম বুলি কোৱা মন্তব্যকো শলাগে। তেওঁ শিপিনীসকলক তেওঁলোকে বৈ উলিওৱা কাপোৰ এই এক্সপ’খনত বিক্ৰী কৰিবলৈ আনিবলৈ আহ্বান জনায়। আনহাতে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্য দেৱেন বৰো, নগৰ উন্নয়ন বিভাগৰ দনেশ্বৰ গয়াৰীয়েও তেওঁলোকৰ বক্তব্য দাঙি ধৰে।

Recent News

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd