• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ জলডোবাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , April 12, 2018 9:15 pm

1 min read

Accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

71
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া কোকৰাঝাৰৰ জলডোবাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত হয়।

উল্লেখ্য যে এখন বাইক আৰু সন্মুখৰ পৰা অহা দ্ৰুতবেগী বাছৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোত বাইক আৰোহী দুজন ক্ৰমে দীপক মাৰাক আৰু প্ৰকাশ চাংমাই কৰুণ মৃত্যুক আকোৱালি লয়।

জানিব পৰা মতে দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পিছতেই আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত বাইক আৰোহী দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু চিকিৎসালয়লৈ নি থকা অৱস্থাতে বাইক আৰোহী দুজনে মৃত্যুক সাৱতি লয়।

আনহাতে দুৰ্ঘটনা সম্পৰ্কত প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে দুৰ্ঘটনাটোত বাছখনৰ বিশেষ ক্ষতি হোৱা নাই। দ্ৰুতবেগী বাছখনৰ লগত বিপৰীত পিনৰ পৰা অহা তীব্ৰবেগী বাইকখনৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী দুজন ছিটিকি পৰে। ফলত বাইক আৰোহী দুজন বেয়াকৈ আঘাতগ্ৰস্ত হয় আৰু পাছত দুয়োজনৰে মৃত্যু হয়।

Recent News

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd