• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ নাবালিকা ধৰ্ষণকাণ্ডত অভিযুক্ত শিক্ষকক আটক

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , March 31, 2018 5:56 pm

1 min read

কোকৰাঝাৰৰ নাবালিকা ধৰ্ষণকাণ্ডত অভিযুক্ত শিক্ষকক আটক
79
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত এগাৰকী ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা ঘটনাৰ সৈতে জড়িত ধৰ্ষণকাৰী তথা এজন শিক্ষকক শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত শিক্ষকগৰাকীক আৰক্ষীয়ে ক্ষেত্ৰী নাথ(৩৮) বুলি চিনাক্ত কৰিছে। ক্ষেত্ৰী ধুবুৰী জিলাৰ তিস্তা গাঁৱৰ নিৱাসী আৰু তেওঁ কৰ্মসূত্ৰে কোকৰাঝাৰত ভাড়াতীয়া হিচাপে আছিল। জানিব পৰা মতে ক্ষেত্ৰী গোসাঁই গাঁৱৰ শিমুলটাপু উচ্চ বিদ্যালয়ত শিক্ষকতা কৰিছিল।

উল্লোখযোগ্য যে ক্ষেত্ৰীয়ে তেওঁৰ ঘৰত কাম কৰা ছোৱালী হিচাপে থকা এগৰাকী নাবালিকাক ১০ মাৰ্চত ধৰ্ষণ কৰিছিল।

আনহাতে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অৱগত হোৱাত শিক্ষকগৰাকী তথা ধৰ্ষণকাৰীক প্ৰহাৰ কৰিছিল। ইফালে শিক্ষকগৰাকী ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাই আছিল।

ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে গোসাঁইগাঁৱৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই এজাহাৰৰ ওপৰত ভিত্তি কৰি অনুসন্ধান চলাই অৱশেষত শুকুৰবাৰে শিক্ষকগৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ইতিমধ্যে ক্ষেত্ৰীক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd