• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ ছাই কমপ্লেক্সত দুদিনীয়া বাচনি প্ৰশিক্ষণ শিবিৰ আৰম্ভ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , February 17, 2018 4:50 pm

1 min read

Sports authority of India
79
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টিকাৰী প্ৰতিষ্ঠান, কোকৰাঝাৰ  ছাই কমপ্লেক্সত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বাচনি প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে।

ভাৰতীয় খেল প্ৰাধিকৰণ চমুকৈ ছাইৰ উদ্ধোগত অনুষ্ঠিত দুদিনীয়া বাচনি প্ৰশিক্ষণ শিবিৰত বি টি এ ডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ বাহিৰেও গোৱালপাৰা, লখিমপুৰ, বৰপেটা আদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক খেলুৱৈই অংশগ্ৰহণ কৰে।

বাচনি শিবিৰটোত ১২-১৪ অনুৰ্ধ লৰা ছোৱালীক ফুটবল, কাবাডি, এথলেটিক, আৰ্চাৰী, বক্সিং, হকী, জুডো, কাৰাটে , টাইকোৱানডো আদি শাখাত প্ৰশিক্ষণ দিয়া হয়।

বাচনি প্ৰশিক্ষণত অংশগ্ৰহণ কৰা খেলুৱৈ সকলে বাচনিকৃত হৈ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম তথা ভাৰতৰ নাম উজলাই তুলিব আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে বহু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ উঠা গোহেলা বড়োক স্থানীয় যুৱক – যুৱতী সকলক আৰ্চাৰী প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আজিৰ বাচনি প্ৰশিক্ষণ শিবিৰলৈ লৈ অনা হয়।

সম্পূৰ্ণ সুস্থ হৈ উঠিলে পুনৰ খেলত নামিব বুলিও ৰাষ্ট্ৰীয় খেলুৱৈ গোহেলা বড়োৱে উল্লেখ কৰে।

Recent News

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰিৰীক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd