DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ মহিলা ফুটবল লীগত কোকৰাঝাৰ ক্ৰাচাৰ বিজয়ী

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
February 4, 2018 4:51 pm
KOKRAJHAR WOMEN’S FOOTBALL LEAGUE GRAND FINALE
77
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত প্ৰথমবাৰলৈ অনুষ্ঠিত মহিলা ফুটবল লীগত ঝাৰাবৰী জাগুৱাৰক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ ক্ৰাচাৰে।

ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিছনৰ সদ্ভাৱনা কাৰ্যসূচীৰ অাধাৰত অনুষ্ঠিত আজিৰ আকৰ্ষণীয় খেলখনত কোকৰাঝাৰ ক্ৰাচাৰে ঝাৰাবৰী জাগুৱাৰক ৩-১ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে।

কোকৰাঝাৰ উচ্চতৰ মাধ্যিমক খেলপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনত কোকৰাঝাৰ, গেসাঁইগাঁৱৰ উপৰি পৰ্বতঝোৰা উপ-সংমণ্ডলৰ মুঠ আঠটাকৈ দলে অংশগ্ৰহণ কৰিছিল।

আজি কোকৰাঝাৰত অনুষ্ঠিত এই মহিলা ফুটবল মেচখনক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখা পৰিলক্ষিত হয়।

মেচখনত ৰাইজৰ উপৰি ব্ৰিগেডিয়াৰ গগনদীপ, কামাণ্ডাৰ আগিয়া ব্ৰিগেড, কোকৰাঝাৰৰ উপায়ুক্ত নিৰঞ্জন বৰুৱা, বিধায়ক ৰবিৰাম নাৰ্জাৰীকে আদি কৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

মেচৰ অন্তত বিজয়ী দলক নগদ ৫০০০০, বিজিত দলক ২৫০০০ আৰু অংশগ্ৰহণ কৰা প্ৰতিটো দলক গাইপতি ৫০০০ টকাকৈ প্ৰদান কৰা হয়। অঞ্চলটোত এনেধৰণৰ ফুটবল খেলে যুৱতীসকলক বিশেষভাৱে অণুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে।

ৰাইজৰ সঁহাৰিলৈ লক্ষ্য ৰাখি এনে প্ৰতিযোগিতা প্ৰতিবছৰে অনুিষ্ঠত কৰাৰ পোষকতা কৰা হৈছে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd