DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 10:33 am
AssamSmallTeaPlanter
72
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ বৰঙনি আগ বঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা বুলি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক অৱগত কৰিছে। ২ মাৰ্চত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট ৰাজ্যিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে দিচপুৰত মুখ্য মন্ত্ৰীজনক সাক্ষাৎ কৰিছিল। তাতে মুখ্য মন্ত্ৰীজনে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলক জনায় যে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা প্ৰদানৰ বিষয়টো চোৱাচিতাৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক দায়িত্ব দিয়া হৈছে।

আনহাতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে কয় যে অহা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ চলিব লগীয়া সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দশম ত্ৰি-বাৰ্ষিক অধিৱেশনতে মুখ্য মন্ত্ৰীজনে ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা প্ৰদানৰ আৰম্ভণি কৰিব।

উল্লেখযোগ্য যে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দশম ত্ৰি-বাৰ্ষিক অধিৱেশনখন তিনি দিনীয়াকৈ উক্ত তাৰিখত গোলাঘাটত অনুষ্ঠিত হ’ব। তাত অন্তিম দিনাৰ মুকলি সভাৰ কাৰ্য্যসূচীত মুখ্য মন্ত্ৰীজন মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে মুখ্য মন্ত্ৰীক তেওঁলোকৰ অন্তিম দিনাৰ কাৰ্য্যসূচীত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাবলৈ আহোঁতে ২ এপ্ৰিলত দিচপুৰত মুখ্য মন্ত্ৰীজনে মাটিৰ পট্টা দিয়াৰ কথাটো উল্লেখ কৰা বুলি দাবী কৰিছে। সূত্ৰটোৰ মতে, অসম চৰকাৰে ইতিমধ্য প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে বুলি মুখ্য মন্ত্ৰীজনে তেওঁলোকৰ আগত কয়।

মন কৰিব লগীয়া যে যোৱা ২০ মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত সাহায্য বিতৰণৰ এটা অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd