• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কয়লা কেলেংকাৰি : আজি বৰাকৰ পাঁচজন শীৰ্ষ বিষয়াক হাজিৰ কৰাব গুৱাহাটীৰ বিশেষ আদালতত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2018 12:47 pm

2 min read

coal_mine_

প্ৰতিনিধিত্বমূলক চিত্ৰ

85
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত সংঘটিত হোৱা কয়লা কেলেংকাৰিৰ বিৰুদ্ধে তদন্ত ক্ষীপ্ৰতৰ কৰি তোলাত নিতৌ ন ন তথ্য পোহৰলৈ অহাৰ লগতে চি আই ডিৰ জালত পৰিছে বহুতো চৰকাৰী বিষয়া। ঠিক সেইদৰে মঙলবাৰে চি আই ডিৰ এটা দলে প্ৰায় এক ঘণ্টা সোধা পোছাৰ অন্তত কয়লা কেলেংকাৰিত জড়িত থকা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে শিলচৰৰ ৫ গৰাকীকৈ চৰকাৰী শীৰ্ষ বিষয়াক।

গ্ৰেপ্তাৰ হোৱা বিষয়াকেইজন হ’ল শিলচৰৰ কৰ অধীক্ষক সজল দাস, কাটিগৰাৰ চক্ৰ বিষয়া মনজুৰ ইলাহী বৰভূঞা, শিলচৰৰ কৰ পৰিদৰ্শক অঞ্জনজ্যোতি বৰা, শিলচৰৰ এনফ’ৰ্চমেণ্ট পৰিদৰ্শক বিশ্বজিৎ ভট্টাচাৰ্য আৰু এনফ’ৰ্চমেণ্টৰ সহকাৰী পৰিদৰ্শক বাবুল মান্দা।

এই গ্ৰেপ্তাৰ সন্দৰ্ভত চি আই ডিৰ এজন তদন্তকাৰী বিষয়াই কয় যে আমি কয়লা কেলেংকাৰী সন্দৰ্ভত বৰাকৰ বিভিন্ন অঞ্চলত কৰা তদন্তৰ সময়ত কয়লা মাফিয়াৰ সৈতে কিছু চৰকাৰী বিষয়া জড়িত থকাৰ তথ্য লাভ কৰিছিলো। আৰু এই তথ্যৰ ভিত্তিতে আমি তেওঁলোকক কালি সোধা পোছা কৰো আৰু অৱশেষত গ্ৰেপ্তাৰ কৰো।

উল্লেখ্য যে কয়লা কেলেংকাৰি সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা শিলচৰৰ আটাইকেইজন চৰকাৰী শীৰ্ষ বিষয়াকে আজি গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব।

বুধবাৰে শিলচৰৰ ৫ গৰাকীকৈ চৰকাৰী শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি চি আই ডিয়ে ৰাতিপুৱাৰে পৰা কাছাৰৰ আন এজন কৰ অধীক্ষক সৌৰভ দাসক মাৰাথন জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। লক্ষ্যণীয় যে কয়লা কেলেংকাৰি সন্দৰ্ভত আৰু অধিক চৰকাৰী বিষয়া চি আই ডিৰ জালত পৰা সম্ভাৱনাই গা কৰি উঠিছে।

Recent News

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd