• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্মক্ষেত্ৰত অনুকূল বাতাবৰণ সৃষ্টিৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 8:51 pm
CM_video_conference

ভিডিঅ’ কনফাৰেন্সিঙত মুখ্য মন্ত্ৰী{

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৌ সিদিনা সদনত এজনো মন্ত্ৰী উপস্থিত নথকাৰ বাবে বিধানসভাৰ কামকাজ বন্ধ কৰিব লগীয়া হোৱাৰ দুদিন পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জিলাৰ উপায়ুক্তসকলক কৰ্মক্ষেত্ৰত অনুকূল বাতাবৰণ সৃষ্টিৰ বাবে সক্ৰিয় পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনত হোৱা ‘‘উন্নতি’ শীৰ্ষক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্য মন্ত্ৰীজনে এই নিৰ্দেশৰ লগতে আন বহুকেইটা দিশত উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। চৰকাৰী সকলো বিভাগৰ মাজত ‘এটা টীম’ হিচাপে কাম কৰাৰ মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁলোকক আহ্বান জনায়। লগতে তেওঁ চৰকাৰী আঁচনি ৰূপায়নৰ অগ্ৰগতিৰো বুজ লয়।

Apply Now

আনহাতে এন আৰ চিৰ কামকাজ ত্ৰুটিহীন হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীজনে সমগ্ৰ ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হোৱা বংশ বৃক্ষৰ পৰীক্ষণৰ কাম-কাজ অত্যন্ত নিষ্ঠাসহকাৰে কৰাৰ কথা কয়।

কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ উপায়ুক্তসকলক ভাৰত-বাংলাদেশৰ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰত ফ্লাড লাইট স্থাপনৰ কাম ক্ষিপ্ৰ গতিত সমাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীজনে লগতে অংগনৱাড়ী কেন্দ্ৰসমূহলৈ পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত খৰতকীয়া পদক্ষেপ ল’বলৈও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

এনৰেগা, ভেন্দৰ পৰিচালনা নীতিৰ ৰূপায়ণ, ইন্দিৰা আৱাস যোজনা আৰু প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা আদি গ্ৰামোন্নয়ন আঁচনিসমূহৰো পৰ্য্যালোচনা কৰা হয় এই ভিডিঅ’ কনফাৰেন্সিঙত।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে বাৰে বাৰে কৰ্ম সংস্কৃতিৰ গঢ়াৰ আহ্বান জনাই আহিলেও ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, বিষয়া-কৰ্মচাৰীয়ে প্ৰকৃততে গুৰুত্ব দিয়ে নে নিদিয়ে- এনে ধৰণৰ প্ৰশ্ন উদয় হৈছে জনসাধাৰণৰ মনত।

কাৰণ অলপতে বিধানসভাৰ মজিয়াত দিয়া তথ্যত দেখা গৈছে যে চৰকাৰী বিভাগবোৰৰ প্ৰায় সকলোৱেই নিৰ্ধাৰিত পুঁজি ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে, অথচ বিত্তীয় বৰ্ষ শেষ হ’বলৈ ডেৰমাহ মাত্ৰ বাকী। তাৰোপৰি এজনো মন্ত্ৰী নথকা বাবেই বিধানসভাৰ কাৰ্য্যক্ৰমণিকা স্থগিত ৰাখিব লগীয়াৰ দৰে পৰিস্থিতিও হ’ল প্ৰথমবাৰৰ বাবে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd