DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খচৰা নাগা শান্তি চুক্তি সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক লৈ ডিমা-হাচাওত প্ৰতিক্ৰিয়া

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 20, 2018 8:05 pm
85
VIEWS
Share on FacebookShare on Twitter

নাগা-ভাৰত চৰকাৰ খচৰা চুক্তি ফাদিল হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত অসমৰ একমাত্ৰ পাহাৰীয়া জিলা ডিমা-হাচাও বৃহত্তৰ নাগালিমত পৰোক্ষভাৱে অন্তৰ্ভুক্ত হোৱা বুলি বাতৰি ওলোৱাত পাৰ্বত্য জিলা্খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

ডিমাচা ছাত্ৰ ইউনিয়নৰ সভাপতি চিদুত নাইডিঙে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি এন ই নাওক কয় যে ‘ডিমা হাচাও জিলা নগা অধ্যুষিত এলেকা হিচাপে যদি নাগালিমত অন্তৰ্ভুক্ত হৈছে তেতিয়াহ’লে অসমৰ আন আন জিলা কিয় বাদ পৰিল? ডিমা হাচাও জিলাক কিয় বাচি লোৱা হ’ল? চৰকাৰে ডিমা হাচাও জিলাৰ নাগালিমত অন্তৰ্ভুক্তিক লৈ স্পষ্টীকৰণ দিব লাগিব।’

চৰকাৰক সকীয়াই নাইডুঙে কয় যে উপৰোক্ত খচৰা যদি সঁচা হয়, তেতিয়াহ’লে পাহাৰৰ বিভিন্ন দল-সংগঠন বহি নাথাকে।

একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চুক্তিখনত মণিপুৰৰ সাতখন জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ দুখন আৰু অসমৰ একমাত্ৰ ডিমা হাচাও নগা অধ্যুষিত জিলা হিচাপে উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা প্ৰায় ২০ বছৰ ধৰি নাগা শান্তি আলোচনাৰ কোনো চূড়ান্ত মীমাংসা হোৱা নাই। এই লৈ নাগা বিভিন্ন সংগঠনে নাগালেণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই নাগা চুক্তি চূড়ান্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।

Recent News

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd