• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খাৰুপেটীয়াত জুই নুমুৱাবলৈ গৈ বেয়াকৈ অগ্নিদগ্ধ হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ দুজন জোৱান  

NE NOW NEWS ময়ুখ গোস্বামী
মঙলদৈ , March 12, 2018 9:13 pm

1 min read

Fire in Kharupetia residential colony
331
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ খাৰুপেটীয়াত আজি জুই নুমুৱাবলৈ গৈ অগ্নিনিৰ্বাপক বাহিনীৰ দুজন জোৱান বেয়াকৈ অগ্নিদগ্ধ হয়। উল্লেখ্য যে খাৰুপেটীয়া হস্পিটেল ৰোডত অৱস্থিত খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক-নাৰ্চৰ চৰকাৰী আৱাসৰ কলনিত দুপৰীয়া প্ৰায় ১.৩০ মান বজাত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত কৰ্মৰত মিনাৰা বেগম নামৰ নাৰ্চ এগৰাকীৰ চৰকাৰী আৱাস গৃহৰ পৰা সুত্রপাত হোৱা জুইৰ লেলিহান শিখাই জাহানাৰা বেগম নামৰ আন এগৰাকী নাৰ্চৰ আৱাস গৃহলৈ বিয়পি পৰে। লগে লগে স্থানীয় ৰাইজে খাৰুপেটীয়া আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা চলায় থাকোতে আৱাস গৃহত থকা গেছ ছিলিণ্ডাৰ বিস্ফোৰণ হয়। আৰু এই বিস্ফোৰণৰ ফলতেই অগ্নিনিৰ্বাৰক বাহিনীৰ দুজন জোৱান বেয়াকৈ অগ্নিদগ্ধ হয়।

দুয়োজন জোৱানকে তৎকালীনভাবে খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰা হয়। অগ্নিদগ্ধ জোৱান দুজনক প্ৰমোদ তালুকদাৰ আৰু ৰাজু বড়ো বুলি চিনাক্ত কৰা হৈছে।

আনহাতে প্ৰায় চাৰি ঘণ্টা দীঘলীয়া প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে এই জুই নুমুৱাবলৈ সক্ষম হয়।

ইফালে উক্ত অগ্নিকাণ্ডৰ ফলত এখন বাইক ,চাইকেলৰ লগতে প্রায় লক্ষাধিক টকাৰ সা-সামগ্রী বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে।

Recent News

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd