• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ মৰ্যাদাক লৈ উত্তাল মণিপুৰৰ জিৰিবাম জিলা : আৰক্ষীৰ গুলীত আহত ১০জন প্ৰতিবাদকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2018 11:22 am
37830463_2195292364091182_1058799658547019776_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কাছাৰ জিলা সংলগ্ন জিৰিবামৰ তুলকালামত শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সময়তে সংঘটিত হয় ব্যাপক হিংসাত্মক কাৰ্যকলাপ। খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষাৰ হকে গ্ৰহণ কৰা এখন বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে জ্বলি উঠিল চুবুৰীয়া ৰাজ্য মণিপুৰৰ জিৰিবাম জিলা।

পৰিণতিত জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষকসহ প্ৰতিবাদীকাৰী আৰু নিৰাপত্তা বাহিনী উভয় পক্ষৰ কমেও ১০জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত আছে মহিলাও। আহতসকলৰ ভিতৰত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Apply Now

উল্লেখ্য যে, যোৱা ২৩ জুলাইত মণিপুৰ বিধানসভাই সৰ্বসন্মতিক্ৰমে অনুমোদন জনাইছিল ‘দ্য মণিপুৰ পিপল্‌ছ প্ৰটেকচন বিল ২০১৮’ত এই বিধেয়কখনৰ জৰিয়তে ১৯৫১ চনৰ পূৰ্বে অহা মেইটিজ সম্প্ৰদায়ৰ মণিপুৰী পাংগাল মুছলিম আদিক খিলঞ্জীয়াৰ মৰ্যাদা দিয়া হৈছে।

বিধেয়কখনত বিধানসভাই অনুমোদন জনোৱাৰ লগে লগে বিৰূপ প্ৰতিক্ৰিয়াৰ উদ্ভৱ হয় চুবুৰীয়া ৰাজ্যখনত। বিশেষতৈ অ-মণিপুৰীসকলে ইয়াক অসাংবিধানিক আখ্যা দিয়ে। ‘জয়েণ্ট একচন কমিটী এগেইনষ্ট বেছ ইয়াৰ ১৯৫১’ নামৰ সংগঠনটোৱে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

শুকুৰবাৰে তুলকালামত শতাধিক লোকে বিধেয়কখনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াইছিল। কিন্তু ১৪৪ ধাৰাৰ দোহাই দি আৰক্ষী-নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে। পৰিণতিত দুয়োপক্ষৰ মাজত হতাহতিৰ সূত্ৰপাত ঘটে। এই হতাহতিয়েই এটা সময়ত সংঘৰ্ষৰ ৰূপ লয়।

প্ৰতিবাদকাৰীসকলে আৰক্ষী-নিৰাপত্তা বাহিনীক লক্ষ্য কৰি শিল নিক্ষেপ কৰে। আৰক্ষী-নিৰাপত্তা বাহিনীয়েও ওলোটাই খেদি খেদি প্ৰহাৰ কৰে প্ৰতিবাদকাৰীসকলক। ঘটনা ইমানতে শাম নাকাটিল। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে কন্দুৱা গেছ আৰু শূন্যলৈ গুলী নিক্ষেপ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰিও গুলীবৰ্ষণ কৰে। আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰী যুৱক আহত হৈছে। সেইদৰে লাঠীচালনাত আহত হৈছে আন কেইবাজনো। অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd