DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গঠনমূলক সমালোচনাৰে চৰকাৰক দৃঢ়তাৰে আগবাঢ়ি যোৱাত সহায়ৰ আহ্বান মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 8:29 am
মুখ্য মন্ত্ৰী
89
VIEWS
Share on FacebookShare on Twitter

‘আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত কৰাৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলাব লাগিব। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা, তিনিখন পাবৰ্ত্য জিলা আৰু ভৈয়ামত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজে এই ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব লাগিব। শান্তি-সমন্বয় আৰু ভাতৃত্ববোধৰ সমাজখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণে মানৱীয় অনুভূতিৰে উদ্বুদ্ধ হৈ কৰ্মত ব্ৰতী হ’ব লাগিব।’ দেওবাৰে নগাঁৱৰ চকলাঘাটস্থিত সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগণত মহাৰুদ্ৰ যজ্ঞ আৰু নৱনিৰ্মিত মন্দিৰৰ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দৰে কয়।

উক্ত ধৰ্মালোচনী সভাত মুখ্য মন্ত্ৰীয়ে সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগণত এটা ৰাজহুৱা গৃহ নিৰ্মাণৰ বাবে ২০ লাখ টকা আগবঢ়োৱা হ’ব বুলিও কয়। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে সকলো সময়তে দিহা-পৰামৰ্শ প্ৰদানেৰে গঠনমূলক সমালোচনাৰ জৰিয়তে চৰকাৰখনে ইতিবাচকভাৱে দৃঢ়তাৰে আগবাঢ়ি যোৱাত সহায় কৰিবৰ বাবেও ৰাইজক আহ্বান জনায়।

উক্ত অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়দ্বয় ডিম্বেশ্বৰ দাস, আঙুৰলতা ডেকা, নগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি বহু গণ্য-মান্য আৰু ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd