• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুণগত শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে চামগুৰিত সৰস্বতী কনিষ্ঠ মহাবিদ্যালয়ৰ শুভাৰম্ভ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 6, 2018 10:03 am
সৰস্বতী কনিষ্ঠ মহাবিদ্যালয়
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“চৰকাৰী বিদ্যালয় সমূহত ভালকৈ পাঠদান নকৰে বুলি থকা ৰাইজৰ অভিযোগ বোৰৰ সমান্তৰালকৈ ৰাজ্যত পৰ্য্যাপ্ত পৰিমানে গঢ়লৈ উঠিছে ব্যক্তিগত খণ্ডৰ একাধিক শিক্ষানুষ্ঠান ৷ গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব নোৱাৰিলে এখন বিদ্যালয় কেতিয়াও উন্নত মানৰ শিক্ষানুষ্ঠান হ‘ব নোৱাৰে,”-এই মন্তব্য বিশিষ্ট শিক্ষাবিদ তথা বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰদীপ গোস্বামীৰ৷

বৃহস্পতিবাৰে নগাঁও জিলাৰ চামগুৰিত নতুনকৈ আত্ম প্ৰকাশ কৰা “সৰস্বতী কনিষ্ঠ মহাবিদ্যালয়”ৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে আৰু কয় যে, ” নৈতিক শিক্ষাৰ অবিহনে ছাত্ৰ- ছাত্ৰী সকলে কেৱল মাত্ৰ পুথিগত বিদ্যাৰে শিক্ষাৰ পোহৰ পাব পাৰে ,কিন্তু জ্ঞানী হ‘ব নোৱাৰে ৷ শিক্ষক,অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ পাৰস্পৰিক সহযোগিতাতহে এখন উচ্চমানৰ শিক্ষানুষ্ঠান গঢ়লৈ উঠাটো সম্ভৱ ৷”

Apply Now

সৰস্বতী একাডেমীৰ প্ৰধান শিক্ষক ৰূপজ্যোতি মহন্তই আঁতধৰা সৰস্বতী কনিষ্ঠ মহাবিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানটোৰ আৰম্ভণিতে  চামগুৰিৰ সু সন্তান প্ৰমোদ কলিতাই নিৰ্মাণ কৰি দিয়া কনিষ্ঠ মহাবিদ্যালয়খনিৰ নতুন ভৱনটো  উদ্বোধন কৰে শিক্ষাবিদ তথা বৈষ্ণৱ পণ্ডিত বনমালি কলিতাই ৷

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুৰ্লভ কুমাৰ মহন্তই বিভিন্ন শিক্ষানুষ্ঠানৰ লগত যোগসূত্ৰ ৰাখি নতুন উদ্যমেৰে কাম কৰি যাবলৈ উদ্যোক্তা সকলক আহ্বান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৰ্তমান সৃষ্টি হোৱা উশৃংখল পৰিবেশৰ প্ৰতি অভিভাৱক সকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

সভাত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া উপস্থিত থাকি ছাত্ৰ -ছাত্ৰী সকলক সংস্কাৰিতভাৱে শিক্ষামূলক প্ৰতিযোগিতাত অৱতীৰ্ণ হ‘বলৈ আহ্বান জনোৱাৰ লগতে পিতৃ,মাতৃ আৰু জ্যেষ্ঠজনক সন্মান তথা মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সমাজৰ প্ৰতি দায়বদ্ধ হ‘বলৈ নৱ প্ৰজন্মক আহ্বান জনায় ৷

ভাষণ প্ৰসংগত শইকীয়াই লগতে কয় যে, পিতৃ,মাতৃৰ আশীৰ্বাদ অবিহনে কোনো সন্তানে জীৱনত কেতিয়াও প্ৰকৃত উন্নতিৰ পথত আগুৱাব নোৱাৰে ৷ উক্ত শুভাৰম্ভ অনুষ্ঠানত  বিশিষ্ট শিক্ষাবিদ লীলাকান্ত মহন্ত, ভদ্ৰ কলিতা, প্ৰদীপ কুমাৰ কলিতা, স্বপন দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকীও গণ্য মান্য লোক উপস্থিত থাকি শৈক্ষিক ক্ষেত্ৰৰ বিভিন্ন দিশৰ ওপৰত তত্বগধুৰ ভাষণ প্ৰদান কৰে ৷

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd