DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৰ ব্যৱসায়ীৰ বিভিন্ন সমস্যাক লৈ মুখ্য মন্ত্ৰীক সাক্ষাৎ কুঁহিয়াৰ খেতিয়ক সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 9:38 pm
মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো
108
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ কুঁহিয়াৰ খেতিয়ক সন্থাৰ এক প্ৰতিনিধি দলে আজি মু্খ্য মন্ত্ৰী সৰ্বানন্দ সোণওৱালক সাক্ষাৎ কৰি কুঁহিয়াৰ খেতিয়কসকল সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে অৱগত কৰে।

প্ৰতিনিধি দলটোৱে বিশেষকৈ মুখ্য মন্ত্ৰীক গুৰ উৎপাদনকাৰী সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা অৱগত কৰাৰ লগতে উক্ত সমস্যাসমূহ নিৰাময় কৰি এই ব্যৱসায়ৰ লগত জড়িত স্থানীয় কৃষক সকলৰ উপাৰ্জনৰ পথ সুগম কৰাৰ বাবে ক্ষীপ্ৰভাৱে কাৰ্যকৰী ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

প্ৰতিনিধি দলটোৱে জনোৱা মতে, কুঁহিয়াৰ খেতিয়ক তথা গুৰ উৎপাদনকাৰী সকলে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলালৈ তেওঁলোকৰ উৎপাদিত গুৰ ৰপ্তানি কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

মুখ্য মন্ত্ৰী এইক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰি জনাই যে ইতিমধ্যে ৰাজ্য চৰকাৰে কুঁহিয়াৰ খেতিয়কসকলৰ স্বাৰ্থত এখন চুগাৰ পলিচি ঘোষণা কৰিছে।

মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰা আজিৰ প্ৰতিনিধি দলটোত গুৰ ফাৰ্মাৰচ এছ’চিয়েশ্যনৰ সভাপতি শান্তি শৰ্মা, সম্পাদক ৰঞ্জিত প্ৰসাদ বাৰৈ, স্বায়ত্ত শাসিত পৰিষদৰ কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অমৰ টিছুৰ লগতে আন কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত আছিল।

Recent News

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd