• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত আতংকৰ সৃষ্টি কৰা ‘ব্লেডমেন’ আনিছৰাজ আনছাৰীক গ্ৰেপ্তাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2018 7:50 pm
Handcuff-India-min-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

124
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰা অঞ্চলত ব্লেডেৰে আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা অহা আনিছৰাজ আনছাৰী(৩২) নামৰ লোকজনক ৪ জুলাইত ফটাশিল আমবাৰী আৰক্ষীয়ে এক অভিযান চলাই  আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে এক হত্যাকাণ্ডৰ লগত জড়িত আনছাৰীয়ে যোৱা ২৬ জুনৰ সন্ধিয়া তহিমা খাতুন নামৰ ছাত্ৰী এগৰাকীৰ সৈতে প্ৰথমে তৰ্কা-তৰ্কিত লিপ্ত হৈ পাছত ছাত্ৰীগৰাকীক ডিঙিত ব্লেডেৰে আক্ৰমণ কৰিছিল। সেই ঘটনা দেখাৰ লগে লগে আৰিফ নামৰ এজন যুৱকে ছোৱালীজনীক বচাবলৈ যোৱাত যুৱকজনকো গাল আৰু ডিঙিত ধৃত আনচাৰীয়ে ব্লেডেৰে আক্ৰমণ কৰিছিল।

ঘটনা সংঘটিত কৰি ধৃত আনচাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে উক্ত যুৱক-যুৱতীয়ে ততা-তয়াকৈ ফটাশিল-আমবাৰী থানাত এক গোচৰ ৰুজু কৰে। ফটাশিল-আমবাৰী আৰক্ষীয়ে ২৬০/১৮ ভাৰতীয় দণ্ডবিধিৰ ৩২৬/৩০৭ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰু অৱশেষত আতংক সৃষ্টিকাৰী আনছাৰীক কালি ধীৰেনপাৰাৰ ডি.কে পথৰ পৰা গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ২০১৬ চনতে ধৃত আনছাৰীয়ে এজন লোকক নিৰ্মমভাৱে হত্যা কৰি কাৰাগাৰলৈ গৈছিল। কিন্তু কাৰাগাৰৰ পৰা ওলাই পুনৰ এনেধৰণৰ দুস্কাৰ্য্যৰ সৈতে জড়িত হৈ পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে ফটাশিল আমবাৰী আৰক্ষীয়ে ধৃত আনছাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলিও আজি আৰক্ষী সূত্ৰই জনায়।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd