• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত প্ৰথম বাৰৰ বাবে মুকলি হ’ল ‘ৰেচিপি ট্ৰেইন ৰেষ্টোৰাঁ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 3, 2018 3:16 pm

1 min read

Recipes Train Restaurant
76
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে গুৱাহাটীত এক নতুন ধাৰণাৰে মুকলি কৰা হ’ল ৰেলগাড়ীৰে খাদ্য পৰিৱেশন কৰা এখন ৰেষ্টোৰাঁ। ‘ৰেচিপি ট্ৰেইন ৰেষ্টোৰাঁ’ নামৰ এই ৰেষ্টোৰাঁখনত গ্ৰাহকসকলক ৰেলগাড়ীৰে খাদ্য পৰিৱেশন কৰাৰ এক সম্পূৰ্ণ নতুন ধাৰণাক বাস্তৱায়িত কৰা হৈছে।

সোমবাৰে গুৱাহাটীৰ জি এছ ৰোডৰ এ বি চি এলেকাত এই নতুন ৰেষ্টোৰাঁখন উদ্বোধন কৰে উ: পূ: সীমান্ত ৰেলৱেৰ জন সম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টচাৰ্যি, এমট্ৰনৰ উপ–সভাপতি ঋতুবৰণ শৰ্মা আৰু জনপ্ৰিয় গায়ক দীক্ষুয়ে।

এই ৰেষ্টোৰাঁখনৰ বিশেষত্ব হৈছে দুটা বেলেগ বেলেগ ট্ৰেকৰে ৪খন সৰু সৰু ৰেলগাড়ীয়ে গ্ৰাহকসকলক খাদ্য পৰিৱেশন কৰিব। য’ত দূৰ জানিব পৰা গৈছে, এনে ধৰণৰ ট্ৰেইন ৰেষ্টোৰা এই এলেকাত এইখনেই প্ৰথম।

গুৱাহাটীত ভাৰতীয়, চাইনীজ, ভিয়েটনামী আৰু কোৰিয়ান খাদ্য সম্ভাৰ যোগান ধৰা অসংখ্য ৰেষ্টোৰাঁ থকা সময়তে ক্ষুদ্ৰ নমুনা ৰেলগাড়ীৰে গ্ৰাহকক খাদ্য পৰিৱেশন কৰা ধাৰণাটোৱে এই ৰেষ্টোৰাঁখনক এক সুকীয়া মৰ্যাদা দিব বুলি ধাৰণা কৰা হৈছে।

Recent News

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

a raper

বিয়াৰ প্ৰতিশ্ৰুতি দি অভিনেত্ৰীক ধৰ্ষণ কৰিলে পাইলটে, তাৰপিছত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd