• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিটুমিন আৰু বৰ্জ্য প্লাষ্টিক মিশ্ৰণেৰে পথ নিৰ্মাণৰ পাইলট প্ৰজেক্ট উদ্বোধন গড়কাপ্তানি মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2018 3:47 pm
L-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিটুমিনৰ সৈতে বৰ্জ্য প্লাষ্টিক মিহলাই পথ নিৰ্মাণৰ এটা পাইলট প্ৰজক্ট উদ্বোধন কৰিছে। এই প্ৰকল্পৰ অধীনত কাহিলীপাৰা-দখিণগাঁও ডন বস্কো পথত  ১০০ মিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণ কৰা হ’ব।

নংকিনজাং গাঁৱত বৰ্জ্য প্লাষ্টিকেৰে ১ কি:মি: পথ নিৰ্মাণ কৰি নজিৰ সৃষ্টি কৰা মেঘালয়ৰ পদাংক অনুসৰণ কৰি অসমত এই ধৰণৰ প্ৰথমটো প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে।

Apply Now

কাহিলীপাৰা-দখিণগাঁও ডন বস্কো পথত গড়কাপাপ্তানি বিষয়াসকলৰ উপস্থিতিত এই প্ৰকল্পটো উদ্বোধন কৰা হয়।

এই নতুন পদ্ধতিটোৱে পথসমূহ দীৰ্ঘম্যাদী কৰা, নিৰ্মাণ ব্যয় হ্ৰাস কৰা, পৰিৱেশ সংৰক্ষণ আদি বহু কেইটা উদ্দেশ্য সাধন কৰিব।

ড০ শৰ্মাই কৈছে যে অত্যাধিক বৰষুণ হোৱা অসমৰ পৰিৱেশত এই পদ্ধতি অতি উপযোগী। অসমত ধাৰাসাৰ বৰষুণে ৰাস্তা নষ্ট কৰি পেলায়। যদিহে পাইলট প্ৰজেক্টটো সফল হয় তেন্তে অসমত সকলো বাট-পথ নিৰ্মাণ কৰোঁতে এই পদ্ধতি ব্যৱহাৰ কৰা হ’ব।

এটা বেচৰকাৰী সন্থাই চলোৱা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে গুৱাহাটীত প্ৰতি দিনে ২২,০০০ কেজি প্লাষ্টিক বৰ্জ্য উৎপাদন হয়। পৰিৱেশবাদীসকলে প্ৰকাশ কৰিছে যে এই বৰ্জ্যসমূহৰ মাথোঁ ৬০ শতাংশহে পুনৰ ব্যৱহাৰ কৰা হয়। বাকীখিনি জাবৰৰ দ’মত পেলাই থৈ দিয়া হয় অথবা পুতি থোৱা হয়। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষিত হৈ পৰে।

প্লাষ্টিক প্ৰদূষণে বন্যপ্ৰাণী, জলজ প্ৰাণী আৰু সিহঁতৰ বাসভূমিত বিৰূপ প্ৰভাৱ পেলায়। য’তে ত’তে পেলাই দিয়া প্লাষ্টিকে নলা-নৰ্দমা বন্ধ কৰি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে।

এই পাইলট প্ৰজেক্টটো উদ্বোধন কৰি ড০ শৰ্মাই  কয় যে বৰ্জ্য প্লাষ্টিক আৰু বিটুমিনাছৰ মিশ্ৰণেৰে অধিক বহনক্ষম শক্তিশালী বাট-পথ নিৰ্মাণ কৰিব পাৰি। এই মিশ্ৰণ পানীৰোধী, ছিদ্ৰ হ্ৰাস কৰে আৰু পথত গাঁতৰ পৰিমাণ হ্ৰাস কৰে। এই পদ্ধতিত বৰ্জ্য প্লাষ্টিকৰ পেলোৱা সমস্যাটো নোহোৱা হোৱাৰ উপৰিও নিৰ্মাণ ব্যয় আৰু মেৰামতি ব্যয় হ্ৰাস কৰে।

হিচাপ অনুসৰি, ৩.৭৫ মিটাৰ বহল ৰাস্তাৰ প্ৰতি কি:মি: নিৰ্মাণত ৰাহি হোৱা বিটুমিনৰ পৰা  ২১,০০০ টকা ৰাহি হ’ব।

উল্লেখ্য যে ২০১৫ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰ চৰকাৰে ৰাস্তা নিৰ্মাণত বিটুমিনাছৰ সৈতে বৰ্জ্য প্লাষ্টিকৰ মিশ্ৰণ বাধ্যতামূলক কৰিবলৈ এটা নিৰ্দেশ জাৰী কৰিছিল। দেশখনত ক্ৰমে বাঢ়ি অহা বৰ্জ্য প্লাষ্টিক সমস্যাৰ পৰা ৰেহাই পোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

এই প্ৰযুক্তিটোৰ উদ্ভাৱন কৰিছে মাদুৰাইৰ থিয়াগাৰাজাৰ কলেজ অব ইঞ্জিনীয়াৰিঙৰ ৰসায়নবিদ্যা বিভাগৰ অধ্যাপক ভাৰতৰ প্লাষ্টিক মানৱ ৰাজাগোপালন বাসুদেৱনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd