• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ নাগৰিকক সন্ত্ৰস্ত কৰি তোলা এটা ভয়ানক বাৰ্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2017 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ নাগৰিকসকলক সাৱধান কৰি দি জাৰি কৰা সম্ভাৱ্য মহানগৰ আৰক্ষীৰ এখন জাননীয়ে ছিচয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত এক নতুন সন্ত্ৰাস ব্যাপক ৰূপত বিয়পি পৰিছে।

Apply Now

গুৱাহাটীবাসীয়ে সকলো ছচিয়েল মিডিয়াৰ নেটৱৰ্কতে এখন সজাগতামূলক জাননীক লৈ বিভিন্ন প্ৰক্ৰিয়ামূলক বাৰ্তা প্ৰেৰণ কৰিছে। এই জাননীখন সম্ভৱত: গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হীৰেণ নাথে জাৰি কৰা বুলি প্ৰচাৰিত হৈছে।

ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰসাৰিত হোৱা এই সতৰ্কতামূলক জননীখনত গুৱাহাটীবাসী নাগৰিকক সকীয়াই দি কোৱা হৈছে যে একধৰণৰ দেখিৱলৈ ভদ্ৰ লোকে নিজকে গৃহ বিভাগৰ বিষয়া হিচাপে পৰিচয় দি ঘৰে ঘৰে যাবলৈ লৈছে।

তেওঁলোকে লগতে গৃহ বিভাগৰ লেটাৰহেডৰ লগতে অন্যান্য তথ্য পাতিও লগত লৈ যায়। তেওঁলোকে গুৱাহাটীত বাস কৰা লোকসকলৰ উপযুক্ত পৰিচয় পত্ৰ আছেনে নাই সেয়া পৰীক্ষা কৰি চোৱাৰ বাবে অহা বুলি দাবী কৰে।

এইটো প্ৰকৃত নাগৰিকসকলে ৰাজ্যৰ অহা নিৰ্বাচনত ভোট দিব পাৰিবনে সেয়া নিশ্চিত কৰিবলৈ কৰা হৈছে বুলি তেওঁলোকে কয়।

গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হীৰেণ নাথে জাৰি কৰা বুলি বহুলভাৱে ছচিয়েল মিডিয়াত প্ৰচাৰিত সতৰ্কতামূলক বাৰ্তাটোত উক্ত দলটো প্ৰকৃততে ভুৱা বুলি কোৱা হৈছে।

তেওঁলোকে দৰাচলতে ঘৰবোৰত ডকাইতি কৰিবলৈ যোৱা বুলি কোৱা হৈছে। পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ চলেৰে তেওঁলোকে ঘৰবোৰৰ পৰা মূল্যৱান সা-সামগ্ৰী তথা কষ্টোপাৰ্জিত ধন লুটি লৈ যায়।

জাৰি কৰা জাননীখনত শীৰ্ষ আৰক্ষী বিষয়াই স্পষ্ট কৰিছে যে অসম চৰকাৰৰ ফালৰ পৰা তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

জাননীখনত আৰু কোৱা হৈছে যে এই ভুৱা লোকসকলে নিজকে সুন্দৰকৈ সজাই পৰাই আৰু অতি ভদ্ৰ ব্যৱহাৰেৰে মানুহৰ ঘৰত প্ৰৱেশ কৰে। তেওঁলোক প্ৰকৃততে ডকাইত আৰু গুৱাহাটীৰ চাৰিওপিনে তেওঁলোক সিচৰতি হৈ পৰিছে।

এই জাননীখন যোৱা ১৬ ডিচেম্বৰত জাৰি কৰা বুলি কোৱা হৈছে আৰু সেইদিনাই নিশাৰ পৰা ছচিয়েল মিডিয়াত জাননীখন ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়াৰে যোগাযোগ কৰাত তেওঁলোকে বিষয়টো সত্য বুলি নিশ্চিত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd