• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অচিৰেই মুকলি হ’ব প্ৰথমটো টী লাউঞ্জ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 6, 2018 3:47 pm

1 min read

t2-570x320
87
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰথমটো টী লাউঞ্জ স্থাপন হবলৈ গৈ আছে। এই টী লাউঞ্জটোত এখন চাহৰ ৰেষ্টেৰাঁ থাকিব আৰু এই টী লাউঞ্জটোত চিটিচি, (এটি চুঙাকৃতিৰ তীক্ষ্ণ দাঁতদুক্ত ৰ’লাৰৰ মাজেৰে প্ৰেৰণ কৰি চাহপাতখিনি চূৰ্ণ কৰা, চিঙা আৰু ভাঁজ কৰা পদ্ধতি), নৈষ্ঠিক(orthodox), ছেকেণ্ড ফ্লাছ, স্পেচিয়েলিটী চাহ আৰু বিভিন্ন প্ৰকাৰৰ চাহ পোৱা যাব। এই টী লাউঞ্জটোক ‘চায় বাৰ’ ( Chai Bar)  নাম দিয়া হ’ব। ‘চায় বাৰ’ত একেখন চালৰ তলতে বিভিন্ন প্ৰকাৰৰ চাহৰ সোৱাদ ল’ব পাৰিব চাহৰ গুণগ্ৰাহীসকলে।

টী লাউঞ্জটো মুকলি কৰাৰ ধাৰণাটো আজিৰ পৰা ৭ বছৰ পূৰ্বে ভবা হৈছিল যদিও কেইদিনমান পূৰ্বেহে টী লাউঞ্জ স্থাপন কৰাৰ প্ৰস্তাৱটো গুৱাহাটী চাহ নিলাম কেন্দ্ৰই বাস্তাৱায়িত কৰিবলৈ আগবাঢ়িছে। এই প্ৰকল্পটো বাস্তৱায়িত কৰাৰ বাবে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ গভৰ্নিং বডিয়ে এখন বিশেষ উপ সমিতি গঠন কৰিছিল।

টী লাউঞ্জটো দুৰ্গা পূজাৰ সময়ত উদ্বোধন কৰাৰ আশা আছে। ইয়াক অৰ্থনৈতিকভাৱে কৃতকাৰ্য কৰিবলৈ পেছাদাৰী লোকক নিয়োগ কৰা হ’ব।

এই প্ৰকল্পটোত অসম চৰকাৰে সহায়তা আগবঢ়াব। ইয়াৰ লগতে পৰ্যটন বিভাগৰো সহযোগিতা বিচৰা হ’ব। ইয়ে এই টী লাউঞ্জটোৰ সম্পৰ্কে পৰ্যটকসকলক অৱগত কৰাব।

উল্লেখ্য যে অসমত ভাৰতৰ মুঠ উৎপাদিত চাহৰ ৫৫ শতাংশ উৎপন্ন হয় আৰু ভাৰতৰ মুঠ ৰপ্তানিৰ ৮০ শতাংশ ৰপ্তানি হয়।

Recent News

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd