• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেন্সাৰ চিকিৎসালয়ে ৮ হাজাৰ জনতকৈ অধিক ৰোগীক সেৱা আগবঢ়ালে পহিলা বছৰত

সুকৃতি গগৈ by সুকৃতি গগৈ
February 16, 2018 3:54 pm
guwahati medical college cancer-hospital
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেন্সাৰ চিকিৎসালয়ে প্ৰতিষ্ঠাৰ প্ৰথম বছৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ হাজাৰ গৰাকীতকৈও অধিক ৰোগীক সেৱা আগবঢ়াইছে।

ৰাজহুৱা প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ বি চি গোস্বামীয়ে জনাই, ‘যোৱা বছৰ প্ৰায় ১২৮১ গৰাকী ৰোগীক ৰেডিঅ’থেৰাপি আৰু ৯৬৪ গৰাকী ৰোগীক কেম’থেৰাপি চিকিৎসা প্ৰদান কৰা হয়। মুঠতে আমি ৮ হাজাৰ ৰোগীক চিকিৎসা আগবঢ়াও।’

Apply Now

উত্তৰ-পূৰ্বাঞ্চলত কেন্সাৰৰ প্ৰাদূৰ্ভাৱ সম্পৰ্কে মন্তব্য কৰি চিকিৎসালয়খনৰ অধীক্ষক ডঃ কে’ ভূঞাই কয়, ‘মুখৰ কেন্সাৰ তাৰ পিছতে স্তন কেন্সাৰ এই অঞ্চলত আটাইতকৈ বেছি। সৰু ল’ৰা-ছোৱালীৰ মাজৰ সাধাৰণতে তেজৰ কৰ্কট ৰোগ বেছি হোৱা দেখা যায়।’

মুঠ ২০০ বিচনা থাকিব লগা এই চৰকাৰী চিকিৎসালয়খনত ডঃ ভূঞাই জনোৱা মতে ‘এতিয়া ১২০ খন বিচনা সম্পূৰ্ণ কাৰ্য্যক্ষম হৈ আছে। বাকীখিনিৰ কাম চলি আছে।’

অধীক্ষক গৰাকীয়ে জনাই যে ‘বৰ্তমান থকা ৪১ গৰাকী চিকিৎসকৰ ১৩ গৰাকী কেন্সাৰ বিশেষজ্ঞ।’

ভূঞাই লগতে উল্লেখ কৰে, ‘উত্তৰ-পূবৰ লোকসকলে ৰঙা মাংস বেছিকে খায়। তাৰোপৰি পোৰা মাংস, নৰন্ধা মাংস আদিয়েও ইয়াত অৰিহণা যোগায়। তামোল বেছিকে খোৱাৰ বাবে মুখৰ কেন্সাৰ বেছিকে হোৱা দেখা যায়।’

চিকিৎসালয়খন প্ৰতিষ্ঠা হোৱাৰ এই প্ৰথম বছৰত তেওঁলোকে ৰাইজৰ মাজত কেন্সাৰ সজাগতা গঢ়ি তোলাৰ বাবে শিবিৰ আয়োজন কৰিছে নেকি জানিব খোজাত সঞ্চালক ডঃ গোস্বামীয়ে জনায়, ‘যোৱা বছৰটো আমি নিযুক্তি প্ৰক্ৰিয়াক লৈ ব্যস্ত থাকিব লগা হ’ল বাবে কোনো সজাগতা শিবিৰৰ আয়োজন কৰা হোৱা নাছিল। আহি থকা বছৰটোত বিভিন্ন ঠাইৰ লোকসকলৰ কাষ চাপিব পৰাকৈ সজাগতা শিবিৰৰ আয়োজন কৰা হ’ব।’

বহুবিলাক ৰোগীয়ে ঠিকমতে চিকিৎসা নকৰা বা আধাতে চিকিৎসা এৰাৰ কথাও তেওঁ উল্লেখ কৰে।

তেওঁ লগতে জনায় যে চিকিৎসালয়খনত ৰেহাই মূল্যত চিকিৎসা আগবঢ়োৱা হয়।

অটল অমৃত অভিযানৰ অধীনত চৰকাৰে কেন্সাৰকে ধৰি অন্য কেবাটাও ৰোগৰ ক্ষেত্ৰত ২ লাখকৈ টকা আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথাও তেওঁ উল্লেখ কৰে।

ডঃ গোস্বামীয়ে লগতে জনায়, ‘আমি এই বছৰতে নগদ লেনদেনহীন ব্যৱস্থা আৰম্ভ কৰাৰ কথাও ভাবিছো।’

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd