• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী পৌৰ নিগমৰ স্বছ সৰ্বেক্ষণ ২০১৮ ৰ শুভাৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2017 7:34 pm

1 min read

গুৱাহাটী পৌৰ নিগমৰ স্বছ সৰ্বেক্ষণ ২০১৮ ৰ শুভাৰম্ভ
169
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী টাউন ক্লাবত আজি গুৱাহাটী পৌৰ নিগমে ইয়াৰ স্বছ সৰ্বেক্ষণ ২০১৮ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত মেয়ৰ মৃগেন শৰণীয়া, পৌৰ আয়ুক্ত মনালিছা গোস্বামী, অভিনেতা কপিল বৰা আৰু সৰুপৰ্দাৰ অভিনেত্ৰী সাগৰিকা গোস্বামী উপস্থিত থকে। স্বছ ভাৰত অভিযানৰ অংশ হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগে স্বছ সৰ্বেক্ষণ ২০১৮ কাৰ্যসূচী পৰিচালনা কৰিছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মহানগৰ সমূহৰ নগৰীয়া অনাময় ব্যৱস্থা উন্নতি সাধন কৰা। ইয়াৰ লগতে নগৰসমূহ পৰিস্কাৰ কৰি তোলাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচীয়ে নাগৰিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত চহৰ-নগৰসমূহৰ মাজত এক সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশো গঢ়ি তুলিব খোজে। আজিৰ কাৰ্যসূচীত পৌৰ আয়ুক্ত মনালিছা গোস্বামীয়ে উপস্থিত ৰাইজক স্বচ্ছতা এপটোৰ বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে এই এপটোৰ যোগেদি নাগৰিক সকলে তেওঁলোকৰ সমস্যাসমূহ পঞ্জীয়ন কৰিব পাৰিব আৰু কৰ্তৃপক্ষই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তৎকালে সমস্যা সমাধানৰ বাবে বিহিত ব্যৱস্থা হাতত ল’ব।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd