• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ষ্টেশ্যনত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৯খন সোণৰ বিস্কুট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 23, 2018 2:44 pm

1 min read

picture-570x320
106
VIEWS
Share on FacebookShare on Twitter

অসমৰ মাজেদি প্ৰতিদিনে লাখ লাখ টকাৰ চোৰাং সোণ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়। বিগত কেইমাহত গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা বহু লক্ষ টকাৰ সোণ ৰে’ল আৰক্ষীৰ সহযোগত ৰাজহ চোৰাংচোৱা বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছিল।

আজি পুনৰ অনুৰূপ ঘটনা ঘটিছে গুৱাহাটী ৰে’ল ষ্টেশ্যনত। জানিব পৰা মতে আৰক্ষীৰ নিয়মীয়া তালাচীত গুৱাহাটী ৰে’ল ষ্টেশ্যনত দুজন ৰে’লযাত্ৰীৰ পৰা ৯খন সোণৰ বিস্কুট(ওজন প্ৰায় ১ কিলোগ্ৰাম) জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা আৰক্ষীয়ে দুয়োজন সোণ সৰবৰাহকাৰীকে আটক কৰি সোধ পোচৰ বাবে লৈ যোৱা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি সোণখিনি ৰেক্টাম পদ্ধতিৰে সৰবৰাহ কৰি আনিছিল।

আনহাতে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই গম পায় যে সৰবৰাহকাৰী দুজনে ডিমাপুৰৰ পৰা ৰে’লযোগে সোণখিনি দিল্লীলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল। জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd