DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ প্ৰায় ১৯ কেজি ওজনৰ সোণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 9:44 am
Gold Biscuits

প্ৰতিনিধিত্বমূলক চিত্ৰ

106
VIEWS
Share on FacebookShare on Twitter

পুনৰ পল্টনবজাৰস্থিত  গুৱাহাটী ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ সোণ। ৰেলৱে আৰক্ষীয়ে কালি নিশা অভিযান চলাই চাৰিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে আৰক্ষীয়ে তিনিগৰাকী ধৃত মহিলা ক্ৰমে লালতাণ্ডিকা, লালমাংমাবি, লালসিংলবি আৰু ছেইলাহমুনি নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ৰেলৱে আৰক্ষীয়ে অভিযান চলাই সেই ধৃতকেইজনৰ পৰা প্ৰায় ১৯ কেজি সোণ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত  আইজলৰ পৰা হাওৰালৈ সৰবৰাহৰ সময়ত নামনিমুৱা  শৰাইঘাট এক্সপ্ৰেছত উঠিবলৈ লওঁতে আৰক্ষীয়ে তিনিগৰাকী মহিলা আৰু এগৰাকী মিজোৰামৰ যুৱকক আটক কৰিবলৈ সক্ষম হয়। আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই সোণখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত আৰক্ষীয়ে মিজোৰামৰ ধৃত তিনি মহিলা আৰু যুৱকজনক জেৰা অব্যাহত ৰাখিছে।

যোৱা দেওবাৰেও ৰেলৱে আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা ১.৬০ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এনেদৰেই কোনো দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধুলি দি বিভিন্নধৰণৰ মুল্যবান সামগ্ৰী  অবৈধ ভাৱে সৰবৰাহ কৰি আহিছে যদিও ৰেল আৰক্ষীয়ে তাৰ মাজৰে বহুতকে আটক কৰিবলৈ সক্ষম হৈছে।

Recent News

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd