DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাট আৰক্ষীৰ অপ্ৰৰোচিত লাঠীচালনাৰ নিন্দা ডি ৱাই এফ আইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 11:03 am
গোলাঘাট আৰক্ষীৰ অপ্ৰৰোচিত লাঠীচালনাৰ নিন্দা ডি ৱাই এফ আইৰ
87
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৯ ডিচেম্বৰত গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠীচালনা চলোৱা কাৰ্যসূচীক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিতিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে। এক বিবৃতি যোগে কয় যে চৰম নৃশংসতাৰ প্ৰমাণ দি গোলাঘাট আৰক্ষীয়ে মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বগীধলা বাগানত মালিক পক্ষই শ্ৰমিকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ  বাবে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক আৰক্ষীয়ে নিৰ্মম ভাবে প্ৰহাৰ কৰে। যাৰ ফলত সংগঠনটোৰ চাৰিজনকৈ নেতা গুৰুতৰভাৱে আহত হৈছিল। এই কাণ্ডক গৰিহনা দিয়াৰ উপৰি পুলিচে গুণ্ডামি কৰা বুলি অভিহিত কৰে।

শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত পুলিচ বাহিনীয়ে পেচাদাৰী গুণ্ডাৰ দৰে চলোৱা বৰ্বৰতাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিতিয়ে গণতান্ত্ৰীক ব্যৱস্থাৰ পৰিপন্থী বুলি ক্ষোভ উজাৰে। গোলাঘাট আৰক্ষীৰ এনে অপ্ৰৰোচিত লাঠীচালনা তথা অশ্ৰাব্য গালি-গালাজৰ মাজেৰে অসম চৰকাৰৰ অগণতান্ত্ৰীক প্ৰৱণতাই পুনৰ উদঙাই দিলে। চৰকাৰৰ এনে কৰ্ম কাণ্ডৰ বিৰুদ্ধে অসমৰ ৰাইজক ঐক্যবদ্ধ ভাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে আহ্বান জনায়।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd