• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত নাই সৰ্পবিষৰোধী চৰকাৰী বেজী, জৰা-ফুঁকাৰ ‘অন্ধবিশ্বাসেই’ আশ্ৰয় দৰিদ্ৰৰ; এজনৰ মৃত্যু

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , June 27, 2018 10:31 pm

1 min read

গোৱালপাৰাত নাই সৰ্পবিষৰোধী চৰকাৰী বেজী, জৰা-ফুঁকাৰ ‘অন্ধবিশ্বাসেই’ আশ্ৰয় দৰিদ্ৰৰ; এজনৰ মৃত্যু
89
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিওপিনে কেৱল অন্ধবিশ্বাস। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আছে ৰাজ্যৰ চহৰ নগৰৰ লগতে গ্ৰামাঞ্চলৰ লোক। এইবাৰ খোদ গোৱালপাৰা চহৰতে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সৰ্প দংশন কৰা লোকক চলালে জৰা ফুঁকা। গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰ উদয় নগৰৰ  এখন চাহৰ হোটেলৰ কাৰিকৰ মদন দাসে হোটেলখনৰ পিছফালে পেচাব কৰিবলৈ যাওঁতে আজি ২৭ জুনত সাপে দংশন কৰে।

আবেলি সংঘটিত হয় এই ঘটনা। চহৰখনৰে গুৱালটুলীৰ বাসিন্দা মদন দাসক লগে লগে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়খনত সৰ্প বিষ নিৰাময়ৰ বেজী নথকাত চিকিৎসকে লোকজনক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে। কিন্তু পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ নুশুনি গুৱালটুলীৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত লৈ যায় আৰু তাতেই কৃষ্ণাইৰ পৰা মহিলা বেজ আনি কাপোৰৰ চাৰিবেৰৰ মাজত সংজ্ঞাহীন লোকজনক জৰা ফুঁকা আৰম্ভ কৰে। সন্ধিয়াৰে পৰা এতিয়ালৈকে চলি আছে জৰা ফুঁকা।

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত সাপৰ বিষ নিৰাময় কৰা বেজী নথকাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰীক ককৰ্থনাও কৰিছে ৰাইজে।

সাপৰ বিষ নিৰাময় কৰা বেজী নথকা বাবেই লোকজনৰ মৃত্যু হোৱা বুলি আত্মীয়ৰ অভিযোগ। স্বাস্থ্য  বিভাগেই জৰা ফুঁকাৰ আশ্ৰয় লবলৈ বাধ্য কৰাইছে বুলি আত্মীয়ৰ ক্ষোভ।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd