• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ চাঞ্চল্যকৰ ন্যায়াধীশ প্ৰহাৰ গোচৰৰ ৰায়দান : অভিযুক্ত ৭ জন অধিবক্তাক কাৰাদণ্ড

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 2, 2018 8:21 pm
গোৱালপাৰা
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত একাংশ অধিবক্তাই গোৱালপাৰাৰ বিদেশী নায়াধীকৰণৰ সদস্য অজয় ফুকনক প্ৰহাৰ কৰা গোচৰৰ আজি ৰায়দান কৰা হৈছে। সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ ৮ জন অভিযুক্তৰ ৭ জনক দুবছৰৰ কাৰাদণ্ড বিহাৰ লগতে এজন অভিযুক্তক দোষ মুক্ত ঘোষণা কৰা হয়। গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ঈপ্সিতা বৰঠাকুৰৰ আদালতে আজি এই ৰায়দান দিয়ে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰিত গোৱালপাৰাৰ চাৰি নম্বৰ বিদেশী নায়াধীকৰণৰ সদস্য অজয় ফুকনক ৮ জন অধিবক্তাই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই সম্পৰ্কে গোৱালপাৰা সদৰ থানাত পি এছ ৫৮/১৭ নম্বৰ গোচৰ ৰুজু হয়।  পিছত জি আৰ  ২৯৫/১৭ নম্বৰ গোচৰটো ইমান দিনে গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিচৰাধীন হৈ আছিল।

Apply Now

আজি মুখ্য ন্যায়িক দণ্ডাধীশ ঈপ্সিতা বৰঠাকুৰৰ আদালতে ৰায়দান দিয়া মতে অভিযুক্ত সাহজাহান আলী, ওমৰ ফাৰুক, মীৰ আব্দুল বাতেন, আব্দুল হামিদ, ময়নুল হক আৰু আনোৱাৰ হুছেইনক ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭ ধাৰাৰ বিপৰীতে দুই বছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা, ৪৪৮ ধাৰাৰ বিপৰীতে এবছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা আৰু ৩৫৩ ধাৰাৰ বিপৰীতে এবছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা বিহা হয়। জৰিমনা আদায় নিদিলে প্ৰতিটো জৰিমনাৰ বিপৰীতে অতিৰিক্ত ৭ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

আনহাতে, একেটা গোচৰৰ আন এজন অভিযুক্ত নজৰুল ইছলামক ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭ ধাৰাৰ বিপৰীতে দুই বছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা, ৪৪৮ এবছৰ কাৰাদণ্ড, ২৩২ এবছৰ কাৰাদণ্ড, ৩৫৩ ধাৰাৰ বিপৰীতে এবছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা আৰু 3PDPP এক্টৰ বিপৰীতে দুই বছৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকা জৰিমনা বিহা হয়। তদুপৰি, জৰিমনা আদায় নিদিলে প্ৰতিটো জৰিমনাৰ বিপৰীতে অতিৰিক্ত ৭ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

ইপিনে, গোচৰটোৰ আনজন অভিযুক্ত আনিচুৰ হকক আদালতে দোষ মুক্ত ঘোষণা কৰে। গোচৰটোত ৭ গৰাকী অভিযুক্তৰে দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান হোৱাত আটাইয়ে এমাহৰ জামিন লাভ কৰে। অভিযুক্তৰ অধিবক্তাই জনোৱা মতে পৰৱৰ্তী সময়ত তেওঁলোকৰ এই ৰায়দানৰ বিৰুদ্ধে জিলা ছেচন আদালতত আবেদন কৰিব।

 

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd